• Home
  • »
  • News
  • »
  • nation
  • »
  • Covid Vaccine Third Dose | কোৰোণাৰ তৃতীয় পালি ভেকচিন ল’বই লাগিব, কাৰ বাবে এই বিশেষ পৰামৰ্শ WHOৰ?

Covid Vaccine Third Dose | কোৰোণাৰ তৃতীয় পালি ভেকচিন ল’বই লাগিব, কাৰ বাবে এই বিশেষ পৰামৰ্শ WHOৰ?

বিশেষজ্ঞসকলে মত পোষণ কৰিছে যে সাৰ্বজনীনভাৱে তৃতীয় টিকা লোৱাৰ কোনো প্ৰয়োজন নাই।

বিশেষজ্ঞসকলে মত পোষণ কৰিছে যে সাৰ্বজনীনভাৱে তৃতীয় টিকা লোৱাৰ কোনো প্ৰয়োজন নাই।

বিশেষজ্ঞসকলে মত পোষণ কৰিছে যে সাৰ্বজনীনভাৱে তৃতীয় টিকা লোৱাৰ কোনো প্ৰয়োজন নাই।

  • Share this:


বিশ্ব স্বাস্থ্য সংস্থাৰ ভেকচিন পৰ্যালোচকসকলে সোমবাৰে জনাইছে যে দুৰ্বল ৰোগ প্ৰতিৰোধ ক্ষমতাৰ লোকসকলে দুটাৰ পৰিৱৰ্তে তিনিটা ভেকচিন লোৱা উচিত। তৃতীয় বা অতিৰিক্ত ড’জটো যিকোনো বিধিবদ্ধ সংস্থাৰ হ’লেই চলিব।

বিশেষজ্ঞসকলে মত পোষণ কৰিছে যে সাৰ্বজনীনভাৱে তৃতীয় টিকা লোৱাৰ কোনো প্ৰয়োজন নাই। এই পৰামৰ্শ যিসকলৰ ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল তেওঁলোকৰ বাবেহে।

ইতিমধ্যে কোৰোণাত ব্যৱহাৰৰ বাবে ফাইজাৰ, বায়’টেক, জনছিন, এষ্ট্ৰোজেনেকা, ছিনোফাৰ্ম আরু ছিমোভেকৰ টিকাক মান্যতা প্ৰদান কৰিছে বিশ্ব স্বাস্থ্য সংস্থাই। ভাৰত বায়’টেকৰ ভেকচিনক মান্যতা দিয়াক লৈ এতিয়া দোমোজাত আছে বিশ্ব স্বাস্থ্য সংস্থাই।

Published by:Sanjay Kumar Das
First published: