• Home
  • »
  • News
  • »
  • nation
  • »
  • ‘অমিক্ৰণ’ৰ বিৰুদ্ধে যুঁজত মাস্ক হ’ব ডাঙৰ অস্ত্ৰ! WHOৰ বৈজ্ঞানিকে দিলে এই পৰামৰ্শ

‘অমিক্ৰণ’ৰ বিৰুদ্ধে যুঁজত মাস্ক হ’ব ডাঙৰ অস্ত্ৰ! WHOৰ বৈজ্ঞানিকে দিলে এই পৰামৰ্শ

স্বামীনাথনে কয় যে এই ভেৰিয়েণ্ট ডেল্টাতকৈ অধিক সংক্ৰমিত হ’ব পৰা বিধৰ হ’ব পাৰে। অৱশ্যে ইয়াক লৈ আনুষ্ঠানিকভাৱে একো ক’ব নোৱাৰি। স্বামীনাথনে কয় যে এই ভেৰিয়েণ্ট ডেল্টাতকৈ অধিক সংক্ৰমিত হ’ব পৰা বিধৰ হ’ব পাৰে। অৱশ্যে ইয়াক লৈ আনুষ্ঠানিকভাৱে একো ক’ব নোৱাৰি।

  • Share this:
বিশ্ব স্বাস্থ্য সংস্থা (WHO)ৰ মুখ্য বৈজ্ঞানিক ড০ সৌম্যা স্বামীনাথনে কোভিড–১৯ৰ নতুন ভেৰিয়েণ্টৰ বিৰুদ্ধে মাস্কক ডাঙৰ অস্ত্ৰ হিচাপে আখ্যা দিয়ে। তেওঁ কয় যে নতুন ভেৰিটেণ্টৰ কোভিডক লৈ মাস্কে ভাৰতত ডাঙৰ ভূমিকা পালন কৰিব পাৰে। শেহতীয়াকৈ বিশ্ব স্বাস্থ্য সংস্থাই অমিক্ৰণক ভেৰিয়েণ্ট অব কনচাৰ্ণ বুলি কৈছিল। বিশেষজ্ঞসকলে বৰ্তমান কোৰোণাৰ এই ভেৰিয়েণ্ট সম্পৰ্কত তথ্য সংগ্ৰহ কৰি আছে।

স্বামীনাথনে কয় যে এই ভেৰিয়েণ্ট ডেল্টাতকৈ অধিক সংক্ৰমিত হ’ব পৰা বিধৰ হ’ব পাৰে। অৱশ্যে ইয়াক লৈ আনুষ্ঠানিকভাৱে একো ক’ব নোৱাৰি। তেওঁ কয় যে আমি আৰু কিছুদিনৰ ভিতৰত এই সম্পৰ্কে আৰু জানিব পাৰিম। কোৰোণাৰ নতুন ভেৰিয়েণ্টৰ সন্ধানে সমগ্ৰ বিশ্বকে চিন্তিত কৰি তুলিছে।

এনডিটিভিৰ সৈতে হোৱা সাক্ষাৎকাৰত তেওঁ কয় যে কোভিডৰ নতুন ভেৰিয়েণ্টে কোভিডৰ উপযুক্ত ব্যৱহাৰৰ বাবে ‘ৱেক আপ কল’ ৰূপে কাম কৰিব পাৰে। ইয়াৰ পৰা আঁতৰত থাকিবৰ বাবে মাস্কৰ উপযুক্ত ব্যৱহাৰৰ ওপৰত গুৰুত্ব দি তেওঁ কয় যে মাস্কক ‘জেপত ৰখা ভেকচিন’ কোৱা হয়। লগতে এয়া অতি ফলপ্ৰসূ প্ৰমাণিত হৈছে। ইয়াৰ উপৰি WHOৰ মুখ্য বিজ্ঞানীগৰাকীয়ে অ’মিক্ৰণৰ বিৰুদ্ধে যুঁজত বয়স্কসকলৰ টিকৰাকৰণ, ৰাজহুৱা অনুষ্ঠানৰ পৰা দূৰত থকা, ব্যাপক পৰিসৰদ জিনোম ছিকুৱেন্সিং আদিৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

Read all News in Assamese, Assam News Today, Entertainment News in Assamese, Business News in Assamese, Sports News in Assamese, Health News in Assamese, India News in Assamese
Published by:Sanjay Kumar Das
First published: