কি এই ভূত বিদ্যা? দেশৰ প্ৰসিদ্ধ বিশ্ববিদ্যালয়ত আৰম্ভ ‘ভূত বিদ্যা’ৰ পাঠ্যক্ৰম, এতিয়া উঠিছে নাম সলনিৰ দাবী

News18 Assam | News18-Assam
Updated:January 1, 2020, 11:13 AM IST
কি এই ভূত বিদ্যা? দেশৰ প্ৰসিদ্ধ বিশ্ববিদ্যালয়ত আৰম্ভ ‘ভূত বিদ্যা’ৰ পাঠ্যক্ৰম, এতিয়া উঠিছে নাম সলনিৰ দাবী
ভূত বিদ্যা বা গ্ৰহ চিকিৎসা আয়ুৰ্বেদৰ এটা শাখা

ভূত বিদ্যা বা গ্ৰহ চিকিৎসা আয়ুৰ্বেদৰ এটা শাখা

  • Share this:
বানাৰস হিন্দু বিশ্ববিদ্যালয়ত ‘ভূত বিদ্যা’ৰ চাৰ্টিফিকেট কোৰ্চ আৰম্ভ কৰাৰ পিছত বিষয়টোৱে সমগ্ৰ দেশতে বিশেষ তাৎপৰ্যবহন কৰিছে। BHU কোৰ্টৰ এজন সদস্যই পাঠ্যক্ৰমৰ নাম সলনি কৰিবলৈ বিশ্ববিদ্যালয়ৰ উপাৰ্চাযলৈ পত্ৰ প্ৰেৰণ কৰিছে।  কিন্তু বিশ্ববিদ্যালয় কৰ্তৃপক্ষই পূৰ্বেই স্পষ্টীকৰণ দিছে যে, আয়ুৰ্বেদ বিভাগৰ দ্বাৰা  প্ৰস্তাৱিত এই কোৰ্চ ‘Psychosomatic disorder’ ৰ সৈতে জড়িত। এই পাঠ্যক্ৰমৰ সৈতে তাত্ত্বিক বিদ্যাৰ কোনো সম্পৰ্ক নাই।
আৰু চাওক
পৰৱৰ্তী বাতৰি