অসম তথা উত্তৰ-পূবৰ বাবে নতুন দিগন্তৰ সূচনা, প্ৰথমবাৰৰ বাবে আৰম্ভ হ’ল কাৰ্গ’ জাহাজৰ চলাচল

ধুবুৰী জাহাজ ঘাটৰ পৰা ব্ৰহ্মপুত্ৰৰে বাংলাদেশৰ নাৰায়ণগঞ্জলৈ ১০০০.৫ মেট্ৰিক টন পাথৰ লৈ যাত্ৰা কৰিলে ভাৰতীয় কাৰ্গ’ জাহাজখনে৷

news18assam
Updated:July 12, 2019, 11:28 AM IST
অসম তথা উত্তৰ-পূবৰ বাবে নতুন দিগন্তৰ সূচনা, প্ৰথমবাৰৰ বাবে আৰম্ভ হ’ল কাৰ্গ’ জাহাজৰ চলাচল
ধুবুৰী জাহাজ ঘাটৰ পৰা ব্ৰহ্মপুত্ৰৰে বাংলাদেশৰ নাৰায়ণগঞ্জলৈ ১০০০.৫ মেট্ৰিক টন পাথৰ লৈ যাত্ৰা কৰিলে ভাৰতীয় কাৰ্গ’ জাহাজখনে৷
news18assam
Updated: July 12, 2019, 11:28 AM IST
ধুবুৰী তথা অসম আৰু উত্তৰ–পূৰ্বাঞ্চলৰ বাবে নতুন দিগন্তৰ সূচনা। প্ৰথমবাৰৰ বাবে আৰম্ভ হ’ল কাৰ্গ’ জাহাজৰ চলাচল৷ ধুবুৰী জাহাজ ঘাটৰ পৰা ব্ৰহ্মপুত্ৰৰে বাংলাদেশৰ নাৰায়ণগঞ্জলৈ ১০০০.৫ মেট্ৰিক টন পাথৰ লৈ যাত্ৰা কৰিলে ভাৰতীয় কাৰ্গ’ জাহাজখনে৷ প্ৰথমবাৰৰ বাবে অসম আৰু উত্তৰ–পূৰ্বাঞ্চলৰ পৰা ভূটানৰ ৰপ্তানিকাৰীৰ সামগ্ৰী লৈ যাত্ৰা কৰিলে মালবাহী জাহাজ।
আৰু চাওক পৰৱৰ্তী বাতৰি