পিকনিকত ব্যস্ত জনতা, হঠাৎ ৰুদ্ৰমূৰ্তি ধৰিলে এটা হাতীয়ে, তাৰ পিছত... চাওক VIDEO

News18 Assam | News18-Assam
Updated:December 26, 2019, 7:24 AM IST
পিকনিকত ব্যস্ত জনতা, হঠাৎ ৰুদ্ৰমূৰ্তি ধৰিলে এটা হাতীয়ে, তাৰ পিছত... চাওক VIDEO
হাতীটোৰ ৰুদ্ৰৰূপ দেখি ভয়ত দৌৰি পলায়ন কৰে সেই স্থানত থকা লোকসকল।

হাতীটোৰ ৰুদ্ৰৰূপ দেখি ভয়ত দৌৰি পলায়ন কৰে সেই স্থানত থকা লোকসকল।

  • Share this:
এখন বনভোজথলী। বনভোজ খোৱাত ব্যস্ত বহু বনভোজকাৰীৰ দল। সকলোৱে আনন্দমনে প্ৰাকৃতিক পৰিৱেশৰ মাজত এসাঁজ হেঁপাহেৰে খোৱাৰ প্ৰস্তুতি চলাইছে। সেই সময়তে হঠাত্‍ ৰুদ্ৰমূৰ্তি ধাৰণ কৰিলে এটা হাতীয়ে। অৱশ্যে হাতীটো বনৰীয়া হাতী নহয়। এটাল গছত হাতীটো শিকলিৰে বান্ধি ৰাখিছিল মাউতে। ভৰিত শিকলিৰে বন্ধা থকা হাতীটোৱে চোঁচা ল’লে মানুহৰ ফালে। হাতীটোৰ ৰুদ্ৰৰূপ দেখি ভয়ত দৌৰি পলায়ন কৰে সেই স্থানত থকা লোকসকল। দৌৰাদৌৰিত আহত হয় কেইবাজনো লোক। ঘটনাতো ওড়িশাৰ বাংৰিপোশি গাঁৱৰ।

চাওক ভিডিঅ’ : 
আৰু চাওক
পৰৱৰ্তী বাতৰি