গংগাৰ পাৰত প্ৰধানমন্ত্ৰী, হঠাৎ এটা দূৰ্ঘটনা, চাওক Video

News18 Assam | News18-Assam
Updated:December 14, 2019, 6:51 PM IST
গংগাৰ পাৰত প্ৰধানমন্ত্ৰী, হঠাৎ এটা দূৰ্ঘটনা, চাওক Video
নমামী গংগাৰ প্ৰস্তুতিৰ বুজ ল’বলৈ  শনিবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী উত্তৰ প্ৰদেশলৈ গৈছিল

নমামী গংগাৰ প্ৰস্তুতিৰ বুজ ল’বলৈ  শনিবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী উত্তৰ প্ৰদেশলৈ গৈছিল

  • Share this:
নমামী গংগাৰ প্ৰস্তুতিৰ বুজ ল’বলৈ  শনিবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী উত্তৰ প্ৰদেশলৈ গৈছিল। বিমানবন্দৰৰ পৰাই উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ লগতে অন্যান্য উচ্চ পদস্থ বিষয়াই আদৰণি জনাইছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক। ইয়াৰ পিছতে প্ৰধানমন্ত্ৰী নিজৰ সংসদীয় সমষ্টি বাৰানসীত উপস্থিত হৈছিল।



ইয়াৰ পিছতে নমামী গংগাৰ প্ৰস্তুতিৰ বুজ ল’বলৈ গংগা ঘাটত উপস্থিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। হঠাৎ প্ৰকল্পথলীলৈ গৈ থকা অৱস্থাত উজুটি খাই পৰি যায় নৰেন্দ্ৰ মোদী। দেহৰক্ষীয়ে পৰি যোৱাৰ পৰা উদ্ধাৰ কৰে মোদীক।

চাওক ভিডিঅ’

আৰু চাওক
পৰৱৰ্তী বাতৰি