ইণ্টাৰনেটত তোলপাৰ লগাইছে কোহলীৰ এই বেগটোৱে, ইউজাৰ্চে মীম প্ৰস্তুত কৰি সমালোচনা কৰিলে

জেচিবিৰ ভিডিঅ’ৰ পিছত এতিয়া ছচিয়েল মিডিয়াত এটা বেগক লৈ চলিছে চৰ্চা। এই বেগটোক ইণ্টাৰনেটত Mature bag বুলি নাম দিয়া হৈছে।

news18assam
Updated:July 14, 2019, 1:46 PM IST
ইণ্টাৰনেটত তোলপাৰ লগাইছে কোহলীৰ এই বেগটোৱে, ইউজাৰ্চে মীম প্ৰস্তুত কৰি সমালোচনা কৰিলে
জেচিবিৰ ভিডিঅ’ৰ পিছত এতিয়া ছচিয়েল মিডিয়াত এটা বেগক লৈ চলিছে চৰ্চা। এই বেগটোক ইণ্টাৰনেটত Mature bag বুলি নাম দিয়া হৈছে।
news18assam
Updated: July 14, 2019, 1:46 PM IST
বৰ্তমান সময়ত ছচিয়েল মিডিয়াত যিকোনো এটা ভিডিঅ’ ভাইৰেল হ’বলৈ সময়ৰ প্ৰয়োজন নহয়। কিছুদিন পূৰ্বে জেচিবিৰ এটা ভিডিঅ’ই ইণ্টাৰনেটত সকলো ৰেকৰ্ড ভংগ কৰিছিল। ইউটিউবত প্ৰকাশিত ‘জেচিবি কি খুদাই’ নামৰ ভিডিঅ’ বৰ্তমানলৈ এক মিলিয়ন বাৰ দেখা গৈছে। আপুনি এই কথাটো বিশ্বাস নকৰিব পাৰে কিন্তু এইবাৰ এটা বেগে ছচিয়েল মিডিয়াত তোলপাৰ লগাইছে। এই বেগটোক ইণ্টাৰনেটত Mature bag বুলি নাম দিয়া হৈছে। গুৰুত্বপূৰ্ণ কথাটো হ’ল যে এই বেগটোৰ সৈতে ভাৰতীয় ক্ৰিকেট দলটোৰ অধিনায়ক বিৰাট কোহলীক দেখা গৈছে।

এতিয়া প্ৰশ্ন হৈছে আচলতে ‘Mature bag’ কি বস্তু, যাৰ ছচিয়েল মিডিয়াত ইমান চৰ্চা হৈ পৰিছে। কিছুদিন পূৰ্বে এটা ভিডিঅ’ ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছিল, য’ত এজন যুৱকে কৈছিলে যে কলেজত যদি আপুনি ব্যতিক্ৰম দেখা আৰু আৰ্কষণীয় দেখাটো বিচাৰে তেন্তে আপুনি কৰি কৰিব লাগিব। যুৱকজনে কোৱা অনুসৰি আপোনাক ব্যতিক্ৰমী দেখুৱাৰ মূলতে হ’ল আপোনাৰ বেগটো।

 




 



 



 



 



এই ভিডিঅ’টো ছচিয়েল মিডিয়াত ভাইৰেল হোৱাৰ পিছত এতিয়া ইয়াৰ ওপৰত মীম প্ৰস্তুত কৰা হৈছে। এজন ইউজাৰে ক’লে ‘মই এই বেগটো ক্ৰয় কৰিছিলো আৰু কলেজত প্ৰৱেশ কৰাৰ লগে লগে ১০ মিনিটৰ ভিতৰত মোক ৬ গৰাকী ছোৱালীয়ে কথা পাতিছিল।
আৰু চাওক পৰৱৰ্তী বাতৰি