VIDEO: দোকানীক তৰোৱালেৰে আক্ৰমণ কৰিলে যুৱকে, ২জন গ্ৰেপ্তাৰ

২ জুলাইত ৱেলকাম এলেকাত দোকানীক এজন যুৱকে দাবী–ধমকি দিয়াৰ ঘটনা পোহৰলৈ আহিছে। এটা ভিডিঅ’ ভাইৰেল হৈ পৰিছে ছচিয়েল মিডিয়াত।

News18-Assam
Updated:July 5, 2019, 1:06 PM IST
VIDEO: দোকানীক তৰোৱালেৰে আক্ৰমণ কৰিলে যুৱকে, ২জন গ্ৰেপ্তাৰ
২ জুলাইত ৱেলকাম এলেকাত দোকানীক এজন যুৱকে দাবী–ধমকি দিয়াৰ ঘটনা পোহৰলৈ আহিছে। এটা ভিডিঅ’ ভাইৰেল হৈ পৰিছে ছচিয়েল মিডিয়াত।
News18-Assam
Updated: July 5, 2019, 1:06 PM IST
দিল্লীত এখন দোকান ভাঙি–চিঙি চূৰমাৰ কৰা CCTVৰ ফুটেজ পোহৰলৈ আহিছে। এজন যুৱকে দোকানত অস্ত্ৰৰে আক্ৰমণ কৰাৰ লগতে ক্ষতিসাধনো কৰিছিল। ২ জুলাইত ঘটনাৰ সৈতে জড়িত মূল অভিযুক্ত ছলমানক শুকুৰবাৰে পুৱা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। ইয়াৰ পূৰ্বে আৰক্ষীয়ে আন এজন অভিযুক্ত মাৰুফক গ্ৰেপ্তাৰ কৰিছিল।

২ জুলাইত ৱেলকাম এলেকাত দোকানীক এজন যুৱকে দাবী–ধমকি দিয়াৰ ঘটনা পোহৰলৈ আহিছে। এটা ভিডিঅ’ ভাইৰেল হৈ পৰিছে ছচিয়েল মিডিয়াত। ছলমান আৰু মাৰুফ দুয়োজনে এখন দোকানত অস্ত্ৰৰে আক্ৰমণ কৰিছিল আৰু দোকানখনৰ ক্ষতিসাধন কৰিছিল।

 




 
আৰু চাওক পৰৱৰ্তী বাতৰি