এজন সেনা জোৱানৰ এটা ভিডিঅ’ই খলকনি তুলিছে ছচিয়েল মিডিয়াত, কি এই ভিডিঅ’?

এই গানটো ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে বলীউদৰ অভিনেতা অক্ষয় কুমাৰে।

News18-Assam
Updated:July 26, 2019, 2:06 PM IST
এজন সেনা জোৱানৰ এটা ভিডিঅ’ই খলকনি তুলিছে ছচিয়েল মিডিয়াত, কি এই ভিডিঅ’?
এই গানটো ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে বলীউদৰ অভিনেতা অক্ষয় কুমাৰে।
News18-Assam
Updated: July 26, 2019, 2:06 PM IST
ছচিয়েল মিডিয়াত খলকনি তুলিছে এটা ভিডিঅ’ই। ভাইৰেল হোৱা এটা ভিডিঅ’ই মোহিত কৰিছে বলীউদৰ বহু অভিনেতা–অভিনেত্ৰীকো। কাৰ্গিল বিজয় দিৱস উপলক্ষে এজন সেনা জোৱানে ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে এই গানৰ ভিডিঅ’টো। সতীৰ্থৰ সৈতে এটা দেশপ্ৰেমমূলক গানত কণ্ঠ নিগৰাইছে জোৱানজনে।

এই গানটো ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে বলীউদৰ অভিনেতা অক্ষয় কুমাৰে। ভিডিঅ’টো শ্বেয়াৰ কৰি অক্ষয় কুমাৰ বীৰ জোৱানসকলক ছেল্যুট জনায়। জোৱানজন অসমৰ কামপুৰৰ ভাস্কৰজ্যোতি মেধি বুলি জানিব পৰা গৈছে। বৰ্তমান ঝাৰখণ্ডত কৰ্মৰত হৈ আছে জোৱানজন।

আৰু চাওক পৰৱৰ্তী বাতৰি