Video: পপকৰ্ণ খাই থাকোতে খং উঠিল ৰাণু মণ্ডলৰ, অনুৰাগীক নহয়, এইবাৰ সাংবাদিকক ভেঙুচালি!

News18-Assam
Updated:November 10, 2019, 2:48 PM IST
Video: পপকৰ্ণ খাই থাকোতে খং উঠিল ৰাণু মণ্ডলৰ, অনুৰাগীক নহয়, এইবাৰ সাংবাদিকক ভেঙুচালি!
‘শুনা নাই নেকি হে’,অনুৰাগীৰ পিছত এইবাৰ সংবাদ মাধ্যমৰ ওপৰত খং ৰাণু মণ্ডলৰ

‘শুনা নাই নেকি হে’,অনুৰাগীৰ পিছত এইবাৰ সংবাদ মাধ্যমৰ ওপৰত খং ৰাণু মণ্ডলৰ

  • Share this:
এইকেইদিন বৰ খঙত আছে গীত গাই ৰেল ষ্টেচনৰ পৰা বলীউডৰ পোৱা ৰাণু মণ্ডলৰ! কিছু দিন পূৰ্বে এগৰাকী অনুৰাগীয়ে পাছ ফালৰ পৰা মাতিছিল ৰাণু মণ্ডলক। তেতিয়া ৰাণু মণ্ডলতে মহিলাগৰাকীক ৰাজহুৱাকৈ কৰিছিল অপমান। সেই ঢৌ মাৰ নাযাওতেই এইবাৰ ৰাণু মণ্ডলৰ খং উঠিছে সাংবাদিকৰ ওপৰত। সাংবাদিকে কৰা প্ৰশ্নক গুৰুত্ব নিদি পপকৰ্ণ খাই খাই ভেঙুচালি কৰিলে ৰাণু মণ্ডলে। ৰাণুৰ এনে আচৰণ দেখি এতিয়া বিভিন্নজনে চোকা সমালোচনা কৰা দেখা গৈছে। ৰাণুৰ এনে দম্ভ, অহংকাৰ এদিন পতন হ’ব বুলিও কৰিছে মন্তব্য!



 





View this post on Instagram




 

Kya se kya hogaye dekhte dekhte 🙇 #ranumondal


A post shared by Our Vadodara (@clickers_of_vadodara) on




আৰু চাওক পৰৱৰ্তী বাতৰি