உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • nation
    • »
    • আকাশত পেৰাচেইলিঙৰ আনন্দ লৈ আছিল দম্পতিয়ে, হঠাৎ ছিঙিল ৰছী! চাওক ভয়ংকৰ VIDEO

    আকাশত পেৰাচেইলিঙৰ আনন্দ লৈ আছিল দম্পতিয়ে, হঠাৎ ছিঙিল ৰছী! চাওক ভয়ংকৰ VIDEO

    ছচিয়েল মিডিয়াত গুজৰাটৰ দীৱৰ (Diu Gujarat Parasailing Video) এটা শিহৰিত কৰিব পৰা ভিডিও ভাইৰেল হৈছে। ভিডিওটো ৰাহুল ধাৰেচা নামৰ এজন ছফটৱেৰ ইঞ্জিনিয়াৰে পোষ্ট কৰিছে। ৰিপ’ৰ্টৰ মতে জুনাগঢ়ৰ বাসিন্দা অজিত কাঠৰে পত্নীৰ সৈতে ছুটি উদযাপন কৰিবলৈ দীৱলৈ গৈছিল। তাত তেওঁলোকে পেৰাচেইলিং কৰাৰ পৰিকল্পনা কৰে।

    • Share this:
    এডেভেন্সাৰ স্পোৰ্টছ (Adventure Sports) সকলোৰে কাৰণে নহয়। এনে খেলত অংশ ল’বলৈ যথেষ্ট সাহস লাগে। এনে এক এডভেন্সাৰ স্পৰ্টছৰ ভিডিও (Couple Parasailing Viral Video) শেহতীয়াকৈ ভাইৰেল হৈছে যিয়ে আপোনাক আচৰিত কৰি তুলিব।

    ছচিয়েল মিডিয়াত গুজৰাটৰ দীৱৰ (Diu Gujarat Parasailing Video) এটা শিহৰিত কৰিব পৰা ভিডিও ভাইৰেল হৈছে। ভিডিওটো ৰাহুল ধাৰেচা নামৰ এজন ছফটৱেৰ ইঞ্জিনিয়াৰে পোষ্ট কৰিছে। ৰিপ’ৰ্টৰ মতে জুনাগঢ়ৰ বাসিন্দা অজিত কাঠৰে পত্নীৰ সৈতে ছুটি উদযাপন কৰিবলৈ দীৱলৈ গৈছিল। তাত তেওঁলোকে পেৰাচেইলিং কৰাৰ পৰিকল্পনা কৰে।

    বতাহত ছিঙিল ৰচী! ভিডিওত দেখা গৈছে শূণ্যত থকা অৱস্থাতে ৰছী ছিঙি যায় আৰু দুয়ো পেৰাচুট আৰু লাইফ জেকেটৰ সহায়ত বতাহত উৰি পৰৱৰ্তী সময়ত সাগৰত পৰে। দম্পতিৰ আত্মীয় যিয়ে ভিডিওটো কৰি আছিল তেওঁৰ চিঞৰো শুনিবলৈ পোৱা গৈছে। দুয়ো অৱশ্যে সুকলমে সাগৰৰ পৰা উঠিবলৈ সক্ষম হয়।

    পাম এডভেন্সাৰ এণ্ড ৱাটাৰ স্পৰ্টছৰ মালিক মোহন লক্ষ্মণে সংবাদমাধ্যমক দিয়া সাক্ষাৎকাৰত কয় যে এনে দুৰ্ঘটনা এয়াই প্ৰথম। বতাহৰ বেগ বহুত বেছি থকাৰ কাৰণে এই ঘটনা ঘটিল নহ’লে পেৰাচেইলিং এক সুৰক্ষিত স্পৰ্টছ। লগতে তেওঁৰ ষ্টাফ যথেষ্ট প্ৰশিক্ষিত বুলিও দাবী কৰে। অৱশ্যে ছচিয়েল মিডিয়াত ৰাইজে প্ৰশাসনক নিম্নমানৰ সামগ্ৰী ব্যৱহাৰ কৰা এডভেন্সাৰ স্পৰ্টছ ক্লাৱৰ বিৰুদ্ধে ব্যৱস্থা ল’বলৈ আহ্বান জনায়।
    First published: