ভাৰতত আজি দ্বিতীয়টো দিন ড’নাল্ড ট্ৰাম্পৰ, ৰাষ্ট্ৰপতি ভৱনত উপস্থিত সপত্নীক ট্ৰাম্প

News18 Assam | News18-Assam
Updated:February 25, 2020, 10:17 AM IST
ভাৰতত আজি দ্বিতীয়টো দিন ড’নাল্ড ট্ৰাম্পৰ, ৰাষ্ট্ৰপতি ভৱনত উপস্থিত সপত্নীক ট্ৰাম্প
দুদিনীয়া ভ্ৰমণ সূচীৰে ভাৰতলৈ অহা আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ আজি দ্বিতীয়টো দিন

দুদিনীয়া ভ্ৰমণ সূচীৰে ভাৰতলৈ অহা আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ আজি দ্বিতীয়টো দিন

  • News18 Assam
  • Last Updated: February 25, 2020, 10:17 AM IST
  • Share this:
দুদিনীয়া ভ্ৰমণ সূচীৰে ভাৰতলৈ অহা আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ আজি দ্বিতীয়টো দিন। ৰাষ্ট্ৰপতি ভৱনত সপত্নীক উপস্থিত হৈছে আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকী।  ৰাষ্ট্ৰপতি ৰাম নাথ কোবিন্দে আনুষ্ঠানিক ভাবে আদৰণি জনাই মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীক। উপস্থিত আছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীও। উপস্থিত থাকে কেন্দ্ৰীয় মন্ত্ৰীসকলো।

দ্বিতীয়টো দিনত ট্ৰাম্পৰ কাৰ্যসূচী–




    • ১০.৩০ বজাত ৰাজঘাটত গান্ধীজীৰ সমাধিত জনাব শ্ৰদ্ধাঞ্জলি।

    • ১১.০০ বজাত মোদীৰ সৈতে হায়দৰাবাদ হাউচত মিলিত হ’ব বৈঠকত।


    • ১২.৪০ বজাত চুক্তি স্বাক্ষৰ কৰিব হায়দৰাবাদ হাউচত।

    • বিয়লি ৩–৫ বজালৈ ব্যৱসায়ী, উদ্যোগপতিৰ সৈতে বৈঠক ট্ৰাম্পৰ।

    • সন্ধিয়া ৭.৩০ বজাত ৰাষ্ট্ৰপতিৰ সৈতে ৰাষ্ট্ৰপতি ভৱনত।





আৰু চাওক
পৰৱৰ্তী বাতৰি