ভাৰতত উপস্থিত ড‘নাল্ড ট্ৰাম্প, প্ৰধানমন্ত্ৰী মোদীয়ে জনালে উষ্ম আদৰণি

News18 Assam | News18-Assam
Updated:February 24, 2020, 12:06 PM IST
ভাৰতত উপস্থিত ড‘নাল্ড ট্ৰাম্প, প্ৰধানমন্ত্ৰী মোদীয়ে জনালে উষ্ম আদৰণি
আহমেদাবাদত অৱতৰণ কৰে আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীৰ বিমান

আহমেদাবাদত অৱতৰণ কৰে আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীৰ বিমান

  • News18 Assam
  • Last Updated: February 24, 2020, 12:06 PM IST
  • Share this:
ভাৰতত উপস্থিত হ’ল আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প। বিমান বন্দৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জনালে উষ্ম আদৰণি। ট্ৰাম্পৰ লগত ভাৰত ভ্ৰমণলৈ আহিছে ট্ৰাম্পৰ পত্নী মেলানিয়া ট্ৰাম্প আৰু জী–জোঁৱাই। আহমেদাবাদত অৱতৰণ কৰে আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীৰ বিমান। মাৰ্কিন ৰাষ্ট্ৰপতিৰ লগত আহিছে বৃহৎ প্ৰতিনিধি দল।



আহমেদাবাদত অৱতৰণ কৰে আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীৰ বিমান। মাৰ্কিন ৰাষ্ট্ৰপতিৰ লগত আহিছে বৃহৎ প্ৰতিনিধি দল।


আৰু চাওক
পৰৱৰ্তী বাতৰি