• Home
  • »
  • News
  • »
  • nation
  • »
  • পত্নীৰ সৈতে আমেৰিকালৈ ৰাওনা হোৱাৰ পিছত মাজ আকাশত মৃত্যু মাৰ্কিন নাগৰিকৰ

পত্নীৰ সৈতে আমেৰিকালৈ ৰাওনা হোৱাৰ পিছত মাজ আকাশত মৃত্যু মাৰ্কিন নাগৰিকৰ

জৰুৰীকালীন চিকিৎসাজনিত কাৰণত তিনি ঘণ্টাতকৈও অধিক সময় উৰা মাৰি দিল্লীলৈ উভতি আহে।

জৰুৰীকালীন চিকিৎসাজনিত কাৰণত তিনি ঘণ্টাতকৈও অধিক সময় উৰা মাৰি দিল্লীলৈ উভতি আহে।

জৰুৰীকালীন চিকিৎসাজনিত কাৰণত তিনি ঘণ্টাতকৈও অধিক সময় উৰা মাৰি দিল্লীলৈ উভতি আহে।

  • Share this:
এয়াৰ ইণ্ডিয়াৰ এখন বিমান আমেৰিকালৈ ৰাওনা হোৱাৰ পিছতে এজন যাত্ৰী মৃত্যুমুখত পৰে (death of a passenger onboard)। উৰণৰ তিনি ঘণ্টা পিছতে ঘটা এই ঘটনাত বিমানখন দিল্লী বিমানবন্দৰলৈ উভতি আহে।

শনিবাৰে ঘটা এই ঘটনা সন্দৰ্ভত এয়াৰ ইণ্ডিয়াৰ এজন বিষয়াই সংবাদ সংস্থা এএনআইক কয় যে এয়াৰ ইণ্ডিয়াৰ দিল্লী-আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিমানখন জৰুৰীকালীন চিকিৎসাজনিত কাৰণত তিনি ঘণ্টাতকৈও অধিক সময় উৰা মাৰি দিল্লীলৈ উভতি আহে।

বিমানখন (Air India flight) দিল্লীত অৱতৰণ কৰাৰ পিছত বিমানবন্দৰৰ এদল চিকিৎসকে গৈ যাত্ৰীজনক পৰীক্ষা কৰে আৰু তেওঁ মৃত বুলি ঘোষণা কৰে। মৃত ব্যক্তিগৰাকী আমেৰিকা যুক্তৰাষ্ট্ৰৰ নাগৰিক (US national)। মৃত ব্যক্তিগৰাকী তেওঁৰ পত্নীৰ সৈতে আমেৰিকালৈ ৰাওনা হৈছিল।

Read all News in Assamese, Assam News Today, Entertainment News in Assamese, Business News in Assamese, Sports News in Assamese, Health News in Assamese, India News in Assamese
Published by:Gautam Barman
First published: