চৰম সংকটৰ গৰাহত দেশৰ অৰ্থ ব্যৱস্থা! চৰকাৰে লওক জৰুৰী পদক্ষেপ

News18-Assam
Updated:August 23, 2019, 3:26 PM IST
চৰম সংকটৰ গৰাহত দেশৰ অৰ্থ ব্যৱস্থা! চৰকাৰে লওক জৰুৰী পদক্ষেপ
নিটি আয়োগে দিলে সাৱধানবাণী, ৭০ বছৰৰ ভিতৰত ভয়াৱহ আৰ্থিক সংকটৰ দিশে ভাৰত

নিটি আয়োগে দিলে সাৱধানবাণী, ৭০ বছৰৰ ভিতৰত ভয়াৱহ আৰ্থিক সংকটৰ দিশে ভাৰত

  • Share this:
যি সময়ত কেন্দ্ৰীয় চৰকাৰে ভাৰতবৰ্ষৰ অৰ্থনীতিৰ দ্ৰূত বিকাশ হৈছে বুলি বিভিন্ন ঠাইত দাবী কৰি আহিছে সেই সময়তে  নিটি আয়োগৰ উপাধ্যক্ষ ৰাজীৱ কুমাৰে দিছে ভয়াৱহ ভবিষ্যতৰ ইংগিত। দ্ৰূত অৱনতি ঘটিছে ভাৰতবৰ্ষৰ অৰ্থনীতি। ৰাজীৱ কুমাৰে কয় যে যদি চৰকাৰে সঠিক পদক্ষেপ হাতত নলয়, তেন্তে তীব্ৰ আৰ্থিক সংকটত ভুগিব ভাৰতবৰ্ষ। সেইদৰে চৰকাৰে এতিয়া এনে পদক্ষেপ হাতত লওক যাতে ব্যক্তিগত প্ৰতিষ্ঠান সমূহে বিনিয়োগ কৰিবৰ কাৰণে আগবাঢ়ি আহে।

ৰাজীৱ কুমাৰে দেশৰ বিত্ত ব্যবস্থালৈ অহা এনে অপ্ৰত্যাশিত পৰিস্থিতিক দেশে কৌশলেৰে সমাধান নকৰিলে ইয়াত কৈয়ো ভয়াৱহ আৰ্থিক সংকটৰ সৈতে যুঁজিব লাগিব বুলি মত প্ৰকাশ কৰে।

First published: August 23, 2019, 3:22 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি