চৰম সংকটৰ গৰাহত দেশৰ অৰ্থ ব্যৱস্থা! চৰকাৰে লওক জৰুৰী পদক্ষেপ
News18-Assam Updated:August 23, 2019, 3:26 PM IST

নিটি আয়োগে দিলে সাৱধানবাণী, ৭০ বছৰৰ ভিতৰত ভয়াৱহ আৰ্থিক সংকটৰ দিশে ভাৰত
নিটি আয়োগে দিলে সাৱধানবাণী, ৭০ বছৰৰ ভিতৰত ভয়াৱহ আৰ্থিক সংকটৰ দিশে ভাৰত
- News18 Assam
- Last Updated: August 23, 2019, 3:26 PM IST
ৰাজীৱ কুমাৰে দেশৰ বিত্ত ব্যবস্থালৈ অহা এনে অপ্ৰত্যাশিত পৰিস্থিতিক দেশে কৌশলেৰে সমাধান নকৰিলে ইয়াত কৈয়ো ভয়াৱহ আৰ্থিক সংকটৰ সৈতে যুঁজিব লাগিব বুলি মত প্ৰকাশ কৰে।
#WATCH: Rajiv Kumar,VC Niti Aayog says,"If Govt recognizes problem is in the financial sector... this is unprecedented situation for Govt from last 70 yrs have not faced this sort of liquidity situation where entire financial sector is in churn &nobody is trusting anybody else." pic.twitter.com/Ih38NGkYno
— ANI (@ANI) August 23, 2019