কোৰোণাত আক্ৰান্ত হ’ল কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ

News18 Assam | News18-Assam
Updated:August 2, 2020, 5:04 PM IST
কোৰোণাত আক্ৰান্ত হ’ল কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ
দেওবাৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ দেহত ধৰা পৰে কোৰোণাৰ অৱস্থিতি

দেওবাৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ দেহত ধৰা পৰে কোৰোণাৰ অৱস্থিতি

  • Share this:
কোৰোণাত আক্ৰান্ত হৈছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। কোৰোণাৰ কিছু আগতীয়া লক্ষণে দেখা দিয়াৰ ফলত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কৰোৱাইছিল স্বাস্থ্য পৰীক্ষা। আৰু দেওবাৰে ৰিপৰ্টত কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীৰ দেহত কোৰোণা ধৰা পৰে।


এতিয়া মন্ত্ৰীগৰাকীয়ে যিসকল তেওঁৰ সংস্পৰ্শলৈ আহিছিল, তেওঁলোকক স্বাস্থ্য পৰীক্ষা কৰোৱাৰ লগেতে আইছ’লেছনত থাকিবলৈ অনুৰোধ জনাইছে। অমিত শ্বাহে টুইটাৰ যোগে জনাই এই কথা।
Published by: Himangshu Bhuyan
First published: August 2, 2020, 5:04 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading