উল্লেখযোগ্য যে, মন্ত্ৰী সীতাৰমণক পাচলি বজাৰত নিজেই পছন্দ কৰি পাচলি ক্ৰয় কৰা দেখা গ'ল। তলৰ ভিডিঅ'ত স্পষ্টকৈ দেখা গৈছে কেন্দ্ৰীয় মন্ত্ৰী নিৰ্মলা সীতাৰমণে পাচলিৰ দোকানৰ পৰা নিজেই পছন্দ কৰি নিজ হাতেৰে আলু পাচিত তুলি দিছে। তেওঁ স্থানীয় বিক্ৰেতাৰ সৈতে কিছু সময় আলাপো কৰা দেখা গৈছে।
Tamil Nadu | Union Finance Minister Nirmala Sitharaman visited Mylapore market in Chennai, where she interacted with the vendors & local residents and also purchased vegetables. pic.twitter.com/MaRq3j7Fht