LIVE NOW

LIVE Union Budget 2019 : পলকতে কেন্দ্ৰীয় বাজেট ২০১৯

বাজেটত আপোনাৰ বাবে কি কি সুখবৰ?

assam.news18.com | July 5, 2019, 4:25 PM IST
facebook Twitter google Linkedin
Last Updated July 5, 2019
auto-refresh

Highlights

ভাৰতৰ প্ৰথমগৰাকী মহিলা বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমনে দাখিল কৰিলে ২০১৯ বৰ্ষৰ সাধাৰণ বাজেট। বাজেটত বিত্ত মন্ত্ৰীয়ে উল্লেখ কৰে যে দেশত ৬৫৭ কিলোমিটাৰ মেট্ৰ’ সেৱা আৰম্ভ কৰা হৈছে আৰু ৩০০ কিলোমিটাৰ নতুন মেট্ৰ’ প্ৰকল্পত অনুমোদন জনোৱা হৈছে। দেশৰ ভিতৰত জলপথ আৰম্ভ কৰাৰ পৰিকল্পনা লৈছে চৰকাৰে। ইলেকট্ৰনিক বাহনক গুৰুত্ব প্ৰদান বাজেটত। ৰিফৰ্ম, পাৰফৰ্ম আৰু ট্ৰান্সফৰ্মত গুৰুত্ব সাধাৰণ বাজেটত। ৱান নেশ্যন, ৱান গ্ৰীড’ৰ ব্লুপ্ৰিণ্ট প্ৰস্তুত কৰা হৈছে বুলিও বাজেট ভাষণত উল্লেখ কৰে সীতাৰমনে।
4:24 pm (IST)
4:23 pm (IST)
4:23 pm (IST)
4:23 pm (IST)
4:22 pm (IST)
4:22 pm (IST)
Load More