ভাৰতক ৫ ট্ৰিলিয়ন ডলাৰ অৰ্থনীতিৰ দেশ কৰাৰ লক্ষ্য কেন্দ্ৰৰ

এক দেশ এক গ্ৰীডৰ জৰিয়তে সকলো ৰাজ্যলৈ সুলভ বিজুলীৰ ব্যৱস্থা লোৱা হৈছে।

News18-Assam
Updated:July 5, 2019, 12:11 PM IST
ভাৰতক ৫ ট্ৰিলিয়ন ডলাৰ অৰ্থনীতিৰ দেশ কৰাৰ লক্ষ্য কেন্দ্ৰৰ
এক দেশ এক গ্ৰীডৰ জৰিয়তে সকলো ৰাজ্যলৈ সুলভ বিজুলীৰ ব্যৱস্থা লোৱা হৈছে।
News18-Assam
Updated: July 5, 2019, 12:11 PM IST
সদনত বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমনে দাখিল কৰিছে ২০১৯ বৰ্ষৰ সাধাৰণ বাজেট। বাজেটত বিত্ত মন্ত্ৰীয়ে উল্লেখ কৰে যে ভাৰত আজি কৰ্মসংস্থাপন দিয়া দেশ। আমাৰ লক্ষ্য এতিয়া আন্তঃগাঁথনি সুদৃঢ় কৰা। ভাৰতমালাৰ জৰিয়তে আমি দেশৰ। প্ৰতিখন গাঁৱলৈ পথৰ ব্যৱস্থা কৰিছো আৰু ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ কৰি আছো। কিছু বছৰৰ ভিতৰতে ভাৰতক ৫ ট্ৰিলিয়ন ডলাৰ অৰ্থনীতিৰ দেশ কৰাৰ লক্ষ্য লৈছে চৰকাৰে।

এক দেশ এক গ্ৰীডৰ জৰিয়তে সকলো ৰাজ্যলৈ সুলভ বিজুলীৰ ব্যৱস্থা লোৱা হৈছে। সকলো ৰাজ্যই উচিত মূল্যত সকলো সময়তে বিজুলী লাভ কৰিব। আমাৰ চৰকাৰে দেশক আধুনিক ৰূপত গঢ়ি তুলিছে বুলিও মন্তব্য সীতাৰমনৰ।
আৰু চাওক পৰৱৰ্তী বাতৰি