উল্লেখযোগ্য যে, সমগ্ৰ দেশতে ২০২২ বৰ্ষত বিভিন্ন তাৰিখত- ৯, ১১, ১২ জুলাই, ২০, ২১, ২২, ২৩, ২৯, ৩০, ১ অক্টোবৰ ১, ৮, ১০, ১১, ১২, ১৩, ১৪ আৰু ২২ তাৰিখে UGC NET পৰীক্ষা অনুষ্ঠিত হৈছিল। ২৪ অক্টোবৰত সাময়িক উত্তৰ তালিকা প্ৰকাশ হৈছিল। চূড়ান্ত উত্তৰ তালিকা ১ নৱেম্বৰ, ২০২২ ত মুকলি কৰা হৈছিল।