ৰাষ্ট্ৰপতি কোবিন্দক অপমান কংগ্ৰেছ নেতাৰ

ৰামনাথ কোবিন্দক কলা-বোবা আখ্যা কংগ্ৰেছ নেতা উদিত ৰাজৰ।

news18assam
Updated:April 30, 2019, 2:25 PM IST
ৰাষ্ট্ৰপতি কোবিন্দক অপমান কংগ্ৰেছ নেতাৰ
উদিত ৰাজ
news18assam
Updated: April 30, 2019, 2:25 PM IST
‘ৰাজ্যপালহে ৰূপেহে নিৰ্বাচিত হৈছিল ৰামনাথ কোবিন্দ,  ৰাষ্ট্ৰপতি ৰূপে মোৰ অনুমোদনতহে নিৰ্বাচিত হৈছিল।’- ৰাষ্ট্ৰপতিক লৈ চৰম অপমানজনক মন্তব্য কংগ্ৰেছ নেতা উদিত ৰাজৰ।
ৰামনাথ কোবিন্দক কলা-বোবা আখ্যা কংগ্ৰেছ নেতাগৰাকীৰ। ‘সাহস আছে নিৰ্বাচনত অৱতীৰ্ণ হওক কোবিন্দে।’– মন্তব্য উদিত ৰাজৰ। ২০১৯ চনত প্ৰতিদ্বন্দ্বিতাৰ প্ৰত্যাহ্বান কংগ্ৰেছ নেতাজনৰ।

 
আৰু চাওক পৰৱৰ্তী বাতৰি