• Home
  • »
  • News
  • »
  • nation
  • »
  • বাংগালুৰুত CAAৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ, আৰক্ষীৰ গুলীত দুজনৰ মৃত্যু, বন্ধ ইণ্টাৰনেট সেৱা

বাংগালুৰুত CAAৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ, আৰক্ষীৰ গুলীত দুজনৰ মৃত্যু, বন্ধ ইণ্টাৰনেট সেৱা

বাংগালুৰু চহৰৰ লগতে দক্ষিণ কন্নডা জিলাত ম’বাইল ইণ্টাৰনেট সেৱা ৪৮ ঘণ্টাৰ বাবে বন্ধ কৰি দিয়া হৈছে।

বাংগালুৰু চহৰৰ লগতে দক্ষিণ কন্নডা জিলাত ম’বাইল ইণ্টাৰনেট সেৱা ৪৮ ঘণ্টাৰ বাবে বন্ধ কৰি দিয়া হৈছে।

বাংগালুৰু চহৰৰ লগতে দক্ষিণ কন্নডা জিলাত ম’বাইল ইণ্টাৰনেট সেৱা ৪৮ ঘণ্টাৰ বাবে বন্ধ কৰি দিয়া হৈছে।

  • Share this:
নাগৰিকত্ব সংশোধনী আইনক লৈ বৃহস্পতিবাৰে দেশজুৰি সাব্যস্ত কৰা হয় প্ৰতিবাদ। কৰ্ণাটকৰ বাংগালুৰুত হোৱা প্ৰতিবাদৰ সময়ত দুজন লোকৰ মৃত্যু হয়। পিটিআইৰ মতে, আৰক্ষীৰ গুলীত মৃত্যু হয় লোক দুজনৰ।

বুধবাৰেই কৰ্ণাটকত জাৰি কৰা হৈছিল ১৪৪ ধাৰা। আনহাতে, আজি সকলো স্কুল–কলেজ, বাৰ, ৰেষ্টুৰেণ্ট আৰু সুৰাৰ বিপণী বন্ধ ৰখাৰ নিৰ্দেশ দিছে প্ৰশাসনে। বাংগালুৰু চহৰত ২২ ডিচেম্বৰৰ মাজনিশালৈ জাৰি কৰা হৈছে সান্ধ্য আইন।

ইফালে, বাংগালুৰু চহৰৰ লগতে দক্ষিণ কন্নডা জিলাত ম’বাইল ইণ্টাৰনেট সেৱা ৪৮ ঘণ্টাৰ বাবে বন্ধ কৰি দিয়া হৈছে।
NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
Published by:Sanjay Kumar Das
First published: