প্ৰাক্তন মুখ্যমন্ত্ৰী ওমৰ আব্দুলা, মেহবুবা মুফটিক গ্ৰেপ্তাৰ!

প্ৰাক্তন মুখ্যমন্ত্ৰী তথা নেচনেল কনফাৰেন্স দলৰ নেতা ওমৰ আব্দুলাক গ্ৰেপ্তাৰৰ লগতে প্ৰাক্তন মুখ্যমন্ত্ৰী পিপল ডেম’ক্ৰেটিক পাৰ্টীৰ নেত্ৰী মেহবুবা মুফটিকো গৃহবন্দী কৰি ৰাখিছে আৰক্ষীয়ে

News18-Assam
Updated:August 5, 2019, 10:50 PM IST
প্ৰাক্তন মুখ্যমন্ত্ৰী ওমৰ আব্দুলা, মেহবুবা মুফটিক গ্ৰেপ্তাৰ!
প্ৰাক্তন মুখ্যমন্ত্ৰী তথা নেচনেল কনফাৰেন্স দলৰ নেতা ওমৰ আব্দুলাক গ্ৰেপ্তাৰৰ লগতে প্ৰাক্তন মুখ্যমন্ত্ৰী পিপল ডেম’ক্ৰেটিক পাৰ্টীৰ নেত্ৰী মেহবুবা মুফটিকো গৃহবন্দী কৰি ৰাখিছে আৰক্ষীয়ে
News18-Assam
Updated: August 5, 2019, 10:50 PM IST
কাশ্মীৰত দুগৰাকীকৈ ৰাজনৈতিক নেতাক গ্ৰেপ্তাৰ। প্ৰাক্তন মুখ্যমন্ত্ৰী তথা নেচনেল কনফাৰেন্স দলৰ নেতা ওমৰ আব্দুলাক গ্ৰেপ্তাৰৰ লগতে প্ৰাক্তন মুখ্যমন্ত্ৰী পিপল ডেম’ক্ৰেটিক পাৰ্টীৰ নেত্ৰী মেহবুবা মুফটিকো গৃহবন্দী কৰি ৰাখিছে আৰক্ষীয়ে। এক বিশেষ সূত্ৰৰ তথ্য অনুসৰি হৰিনিৱাস গেষ্ট হাউচত ৰাখিছে দুয়োগৰাকীকে। উল্লেখ্য যে দুয়োগৰাকীয়ে বিৰোধিতা কৰিছিল অনুচ্ছেদ ৩৭০ প্ৰত্যাহাৰ প্ৰস্তাৱৰ। সমান্তৰালভাৱে দুয়োগৰাকীয়ে কাশ্মীৰৰ জনসাধাৰণক উচতনিমূলক মন্তব্যৰে পৰিস্থিতিৰ অৱনতি ঘটোৱাৰ আশংকাতে গৃহবন্দী কৰিছে দুয়োগৰাকী প্ৰাক্তন মুখ্যমন্ত্ৰীক।
আৰু চাওক পৰৱৰ্তী বাতৰি