টিকটক ভিডিঅ’ বনাই নৌকা বিহাৰ, তাৰ পিছতে নাও ডুবি দুজনৰ মৃত্যু

News18 Assam | News18-Assam
Updated:January 29, 2020, 8:09 AM IST
টিকটক ভিডিঅ’ বনাই নৌকা বিহাৰ, তাৰ পিছতে নাও ডুবি দুজনৰ মৃত্যু
দুৰ্ঘটনাৰ পূৰ্বে নাৱত বনাইছিল টিকটক ভিডিঅ’।

দুৰ্ঘটনাৰ পূৰ্বে নাৱত বনাইছিল টিকটক ভিডিঅ’।

  • Share this:
ছত্তীশগড়ৰ ধমতৰীত নাও দুৰ্ঘটনা। গংৰেল বান্ধত সংঘটিত এই নাও দুৰ্ঘটনাত দুজনৰ মৃত্যু। নাওখনত আছিল শিশু–মহিলাসহ মুঠ ১২জন লোক। দুজন আহতক ভৰ্তি কৰোৱা হৈছে হাস্পতালত। উদ্ধাৰকাৰী দলে সুকলমে উদ্ধাৰ কৰে ৭জনক। আনহাতে, এই দুৰ্ঘটনাত এইপৰ্যন্ত সন্ধানহীন এটি শিশু। শিশুটিৰ সন্ধানত অব্যাহত আছে উদ্ধাৰ অভিযান। কাংকেৰ আৰু নাৰায়ণপুৰ অঞ্চলৰ পৰা ফুৰিবলৈ আহিছিল লোকসকল। দুৰ্ঘটনাৰ পূৰ্বে নাৱত বনাইছিল টিকটক ভিডিঅ’।
আৰু চাওক
পৰৱৰ্তী বাতৰি