মাৰাত্মক কোৰোণাত আক্ৰান্ত ভাৰতীয় সেনাৰ দুজন বিষয়া

News18 Assam | News18-Assam
Updated:March 30, 2020, 8:46 AM IST
মাৰাত্মক কোৰোণাত আক্ৰান্ত ভাৰতীয় সেনাৰ দুজন বিষয়া
এতিয়ালৈকে সেনাত তিনিজন লোক কোৰোণাত আক্ৰান্ত হৈছে।

এতিয়ালৈকে সেনাত তিনিজন লোক কোৰোণাত আক্ৰান্ত হৈছে।

  • Share this:
ভাৰতীয় সেনাৰ দুজন বিষয়া Covid-19ত আক্রান্ত হৈছে। Army Medical Coreৰ এজন কৰ্ণেল আৰু এজন JCOৰ শৰীৰত কোৰোণা ভাইৰাছৰ অৱস্থিতি পোৱা গৈছে। সেনাৰ ডাক্তৰগৰাকীৰ চিকিৎসা কলকাতাক চলি আছে আৰু JCO গৰাকীৰ চিকিৎসা দেৰাডুনত চলি আছে।

চিকিৎসকগৰাকী যোৱা ১৯ মাৰ্চত দিল্লীৰ পৰা কলকাতালৈ গৈছিল আৰু JCO গৰাকী একেদিনাই দিল্লীৰ পৰা দেৰাডুনলৈ গৈছিল। দুয়োকে Isolationত ৰখা হৈছে আৰু তেওঁলোকৰ সংস্পৰ্শলৈ অহা প্ৰতিজন ব্যক্তিক quarantine কৰা হৈছে। দুয়োৰে অৱস্থাৰ অৱনতি হোৱা নাই বুলি জানিব পৰা গৈছে। এতিয়ালৈকে সেনাত তিনিজন লোক কোৰোণাত আক্ৰান্ত হৈছে।
আৰু চাওক
পৰৱৰ্তী বাতৰি
corona virus btn
corona virus btn
Loading