• Home
  • »
  • News
  • »
  • nation
  • »
  • বিবাহ পাশত আৱদ্ধ হ’ল সাংসদ আগাথা চাংমা

বিবাহ পাশত আৱদ্ধ হ’ল সাংসদ আগাথা চাংমা

 উপস্থিত থাকে অসমৰ বিত্ত, গড়কাপ্তানী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাও

উপস্থিত থাকে অসমৰ বিত্ত, গড়কাপ্তানী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাও

উপস্থিত থাকে অসমৰ বিত্ত, গড়কাপ্তানী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাও

  • Share this:
    লোকসভাৰ সাংসদ আগাথা চাংমাৰ বিয়া। দীৰ্ঘদিনৰ প্ৰেমিক ডা০ পত্ৰিক ৰংগমা মাৰাকৰ সৈতে আজি বিবাহ পাশত আৱদ্ধ হ’ল সাংসদ সদস্যাগৰাকী। লোকসভাৰ প্ৰাক্তন অধ্যক্ষ পূৰ্ণ আগিটক চাংমাৰ জীয়ৰী আগাথা হ’ল মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমা আৰু গৃহমন্ত্ৰী জেমছ কে চাংমাৰ ভগ্নী। গাৰোৰ সবাটোতকৈ ডাঙৰ গীৰ্জা ঘৰ ‘Sacred Heart Shrine’ ত সম্পন্ন হয় ৩৯ বছৰীয়া আগাথাৰ বিয়া। বিয়াৰ অভ্যৰ্থনা অনুষ্ঠানত উপস্থিত থাকে অসমৰ বিত্ত, গড়কাপ্তানী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেফিঅ’ ৰিঅ’।

     
    First published: