বিপদত মণিপুৰৰ এন বীৰেন সিং নেতৃত্বাধীন বিজেপি চৰকাৰ, উপ-মুখ্যমন্ত্ৰীৰ পদত্যাগ,সমৰ্থন প্ৰত্যাহাৰ ৯ বিধায়কৰ

News18 Assam | News18-Assam
Updated:June 17, 2020, 10:20 PM IST
বিপদত মণিপুৰৰ এন বীৰেন সিং নেতৃত্বাধীন বিজেপি চৰকাৰ, উপ-মুখ্যমন্ত্ৰীৰ পদত্যাগ,সমৰ্থন প্ৰত্যাহাৰ ৯ বিধায়কৰ
চৰকাৰৰ পৰা সমৰ্থন প্ৰত্যাহাৰ কৰা আটাইকেইজন বিধায়কে এতিয়া সমৰ্থন জনাইছে কংগ্ৰেছ দলক।

চৰকাৰৰ পৰা সমৰ্থন প্ৰত্যাহাৰ কৰা আটাইকেইজন বিধায়কে এতিয়া সমৰ্থন জনাইছে কংগ্ৰেছ দলক।

  • Share this:
কোৰোণাৰ সন্ত্ৰাসৰ মাজতেই বিপদত পৰিছে এন বীৰেন সিং নেতৃত্বাধীন বিজেপি চৰকাৰ। পদত্যাগ কৰিছে ৰাজ্যখনৰ উপ মুখ্যমন্ত্ৰী ৱাই জয়কুমাৰ সিঙে। আনকি ৯ জনকৈ বিধায়কে সমৰ্থন প্ৰত্যাহাৰ কৰিছে চৰকাৰৰ পৰা। বিজেপি এৰি কংগ্ৰেছ দলত যোগদান কৰিছে তিনি জনকৈ বিধায়কে। চৰকাৰৰ পৰা সমৰ্থন প্ৰত্যাহাৰ কৰা আটাইকেইজন বিধায়কে এতিয়া সমৰ্থন জনাইছে কংগ্ৰেছ দলক।
First published: June 17, 2020, 10:20 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি