ত্ৰিপুৰা উপ–নিৰ্বাচনতো অব্যাহত বিজেপিৰ জয়যাত্ৰা!

বিজেপিৰ হাতত বিধস্ত চিপিআই,এমৰ প্ৰাৰ্থী

News18-Assam
Updated:September 27, 2019, 5:56 PM IST
ত্ৰিপুৰা উপ–নিৰ্বাচনতো অব্যাহত বিজেপিৰ জয়যাত্ৰা!
Source-Google
News18-Assam
Updated: September 27, 2019, 5:56 PM IST
ত্ৰিপুৰাত অব্যাহত আছে বিজেপিৰ জয়যাত্ৰা। ৰাজ্যখনৰ বাধৰঘাট বিধানসভা সমষ্টিত হোৱা উপ নিৰ্বাচনত বিজেপিৰ মিমি মজুমদাৰে চিপিআই(এম)ৰ বুল্টি বিশ্বাসক ৫২৫৯ টা ভোটৰ ব্যৱধানত পৰাস্ত কৰে। সমষ্টিটোত বিজেপিৰ প্ৰাৰ্থীগৰাকীয়ে ২০৪৭১ টা ভোট লাভ কৰিবলৈ সক্ষম হয়।তাৰ বিপৰীতে  চিপিআই(এম)ৰ বুল্টি বিশ্বাসে লাভ কৰে ১৫২১১ টা ভোট

 

 
আৰু চাওক পৰৱৰ্তী বাতৰি