চলন্ত ৰে’লৰ পৰা পৰি গ’ল যাত্ৰী, তাৰ পিছত কি কৰিলে ৰে’লৰ চালকে, চাওক Video

News18 Assam | News18-Assam
Updated:February 8, 2020, 2:00 PM IST
চলন্ত ৰে’লৰ পৰা পৰি গ’ল যাত্ৰী, তাৰ পিছত কি কৰিলে ৰে’লৰ চালকে, চাওক Video
প্ৰকৃত ঘটনাটো কি?

প্ৰকৃত ঘটনাটো কি?

  • Share this:
ভয়ংকৰ দুৰ্ঘটনা। তাৰ পিছত ইণ্টাৰনেটত ভাইৰেল। মহাৰাষ্ট্ৰৰ ভুছাৱলত চলন্ত ৰে’লৰ পৰা পৰি যায় এগৰাকী যাত্ৰী। পিছত ৰে’লখনৰ চালকজনে কৰা কামক সকলোৱে কৰিছে প্ৰশংসা। ৰে’লখনৰ পৰা যাত্ৰীগৰাকী পৰি যোৱাৰ পিছত চালকজনে ৰে’লখন প্ৰায় ৫০০ মিটাৰ পিছলৈ চলাই নিয়ে। তাৰ পিছত আহত যাত্ৰীজনক ৰে’লত তুলি চিকিত্‍সালয়ত ভৰ্তি কৰোৱাৰ ব্যৱস্থা কৰে। চালকজনৰ এনে মহানুভৱতাক এতিয়া প্ৰশংসা কৰিছে ৰে’লমন্ত্ৰী পিয়ুষ গোৱেলে।

চাওক ভিডিঅ’

আৰু চাওক
পৰৱৰ্তী বাতৰি