உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • nation
    • »
    • Nusrat Jahan|| অপেক্ষাৰ অৱসান! মাতৃত্বৰ গৌৰৱ অৰ্জন কৰিলে সাংসদ-অভিনেত্ৰী নুসৰাত জাহানে

    Nusrat Jahan|| অপেক্ষাৰ অৱসান! মাতৃত্বৰ গৌৰৱ অৰ্জন কৰিলে সাংসদ-অভিনেত্ৰী নুসৰাত জাহানে

    বৃহস্পতিবাৰে পাৰ্কষ্ট্ৰিচৰ এখন হাস্পতালত পুত্ৰ সন্তান জন্ম দিয়ে অভিনেত্ৰীগৰাকীয়ে।

    বৃহস্পতিবাৰে পাৰ্কষ্ট্ৰিচৰ এখন হাস্পতালত পুত্ৰ সন্তান জন্ম দিয়ে অভিনেত্ৰীগৰাকীয়ে।

    বৃহস্পতিবাৰে পাৰ্কষ্ট্ৰিচৰ এখন হাস্পতালত পুত্ৰ সন্তান জন্ম দিয়ে অভিনেত্ৰীগৰাকীয়ে।

    • Share this:
    মাতৃত্বৰ গৌৰৱ অৰ্জন কৰিলে জনপ্ৰিয় অভিনেত্ৰী তথা তৃণমূল কংগ্ৰেছৰ সাংসদ নুসৰাত জাহানে। বৃহস্পতিবাৰে কলিকতাৰ পাৰ্কষ্ট্ৰিটৰ এখন বেচৰকাৰী হাস্পতালত এটি পুত্ৰ সন্তান জন্ম দিয়ে মোহময়ী অভিনেত্ৰীগৰাকীয়ে।

    বৰ্তমান মাতৃ আৰু সন্তান দুয়ো সুস্থিৰ অৱস্থাত আছে বুলি জানিব পৰা গৈছে। বুধবাৰে নিশাৰ পৰাই নুসৰাতৰ কাষত আছিল প্ৰেমিক য়শ দাসগুপ্তা।
    Published by:Himangshu Bhuyan
    First published: