உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • nation
    • »
    • Tokyo Paralympics 2020: শ্বুটিঙত মনীষ নৰ্ৱালৰ সোণৰ পদক, সিংৰাজ আধানাই জয় কৰিলে ৰূপৰ পদক

    Tokyo Paralympics 2020: শ্বুটিঙত মনীষ নৰ্ৱালৰ সোণৰ পদক, সিংৰাজ আধানাই জয় কৰিলে ৰূপৰ পদক

    পেৰা অলিম্পিকত উজলিছে ভাৰতীয় দল।

    পেৰা অলিম্পিকত উজলিছে ভাৰতীয় দল।

    পেৰা অলিম্পিকত উজলিছে ভাৰতীয় দল।

    • Share this:
    পেৰা অলিম্পিকত উজলিছে ভাৰতীয় দল। শনিবাৰে ভাৰতীয় শ্বুটাৰ মনীষ নৰ্ৱাল আৰু সিংৰাজ আধানাই জয় কৰিলে সোণ আৰু ৰূপৰ পদক। দুয়োগৰাকী খেলুৱৈয়ে P4 Mixed 50m Pistol SH1 শাখাত পদক জয় কৰিবলৈ সক্ষম হৈছে।
    Published by:Himangshu Bhuyan
    First published: