• Home
  • »
  • News
  • »
  • nation
  • »
  • মেঘালয়ৰ গাৰো পাহাৰত ভয়ংকৰ ভূমিস্খলন, জীৱন্তে সমাধিস্থ তিনিজন

মেঘালয়ৰ গাৰো পাহাৰত ভয়ংকৰ ভূমিস্খলন, জীৱন্তে সমাধিস্থ তিনিজন

নেৰানেপেৰা বৰষুণৰ ফলত পাহাৰীয়া ৰাজ্যখনৰ বিভিন্ন স্থানত সংঘটিত হৈছে ভূমিস্খলনৰ ঘটনা। 

নেৰানেপেৰা বৰষুণৰ ফলত পাহাৰীয়া ৰাজ্যখনৰ বিভিন্ন স্থানত সংঘটিত হৈছে ভূমিস্খলনৰ ঘটনা। 

নেৰানেপেৰা বৰষুণৰ ফলত পাহাৰীয়া ৰাজ্যখনৰ বিভিন্ন স্থানত সংঘটিত হৈছে ভূমিস্খলনৰ ঘটনা। 

  • Share this:
মেঘালয়ৰ গাৰো পাহাৰত ভয়ংকৰ ভূমিস্খলন। বাঘমাৰাত ভূমিস্খলনত জীৱন্তে সমাধিস্থ তিনিজন। মৃত তিনিজনৰ ভিতৰত আছে এটি শিশুও। উদ্ধাৰকাৰী দলে তিনিওৰে মৃতদেহ উদ্ধাৰ কৰিছে। উল্লেখযোগ্য যে নেৰানেপেৰা বৰষুণৰ ফলত পাহাৰীয়া ৰাজ্যখনৰ বিভিন্ন স্থানত সংঘটিত হৈছে ভূমিস্খলনৰ ঘটনা।
Published by:Sanjay Kumar Das
First published:

শেহতীয়া বাতৰি