সামাজিক দুৰত্বলৈ বুঢ়া আঙুলি, ৰামলীলা মৈদানত গোট খালে হাজাৰ হাজাৰ শ্ৰমিক

News18 Assam | News18-Assam
Updated:May 18, 2020, 2:25 PM IST
সামাজিক দুৰত্বলৈ বুঢ়া আঙুলি, ৰামলীলা মৈদানত গোট খালে হাজাৰ হাজাৰ শ্ৰমিক
শ্ৰমিক স্পেচিয়েল ৰে’লেৰে উত্তৰ প্ৰদেশলৈ যাবলৈ হাজাৰ হাজাৰ লোক গোট খালে ৰাম লীলা মৈদানত

শ্ৰমিক স্পেচিয়েল ৰে’লেৰে উত্তৰ প্ৰদেশলৈ যাবলৈ হাজাৰ হাজাৰ লোক গোট খালে ৰাম লীলা মৈদানত

  • Share this:
কোৰোণা ভাইৰাছ প্ৰতিৰোধ কৰিলবলৈ অহা ৩১ মে’লৈকে বৃদ্ধি কৰা হৈছে ল’ক ডাউনৰ সীমা। ল’ক ডাউনৰ ফলত বন্ধ হৈ আছে অধিকাংশ কল-কাৰখানা। ফলত কল-কাৰখানাত কাম কৰা বৃহত্‍ সংখ্যক শ্ৰমিকে এতিয়া ঘৰলৈ উভতি যাবলৈ চেষ্টা অব্যাহত ৰাখিছে। শ্ৰমিকসকলৰ বাবে কেন্দ্ৰীয় চৰকাৰে শ্ৰমিক স্পেচিয়েল ট্ৰেইনৰ ব্যৱস্থা কৰিছে। বৰ্তমানো চৰকাৰে ব্যৱস্থা কৰি দিয়া ৰে’লেৰে ঘৰলৈ যাবলৈ শ্ৰমিকসকলে কৰি আছে নাম পঞ্জীয়ন।



এই সময়তে উত্তৰ প্ৰদেশৰ গাজিয়াবাদৰ পৰা এটা ডাঙৰ খবৰ আহিছে। শ্ৰমিক স্পেচিয়েল ট্ৰেইনৰ জৰিয়তে উত্তৰ প্ৰদেশ যাবলৈ ৰামলীলা মৈদানত গোট খাইছে হাজাৰ হাজাৰ শ্ৰমিক। ঘৰ যাবলৈ শ্ৰমিকসকলে নিজৰ নাম পঞ্জীয়ন কৰিবলৈ এনেদৰে গোট খাইছে বুলি জানিব পৰা গৈছে।
আৰু চাওক
পৰৱৰ্তী বাতৰি
corona virus btn
corona virus btn
Loading