• Home
  • »
  • News
  • »
  • nation
  • »
  • বিয়া ঘৰত হাহাকাৰ! বিয়ালৈ অহা এজন ব্যক্তিক চুলিত ধৰি ঘটালিলে কইনাই, ধুমুহাৰ গতিত ভাইৰেল Video

বিয়া ঘৰত হাহাকাৰ! বিয়ালৈ অহা এজন ব্যক্তিক চুলিত ধৰি ঘটালিলে কইনাই, ধুমুহাৰ গতিত ভাইৰেল Video

ছচিয়েল মিডিয়া কঁপাই তুলিছে ভাইৰেল হোৱা ভিডিওই।

ছচিয়েল মিডিয়া কঁপাই তুলিছে ভাইৰেল হোৱা ভিডিওই।

ছচিয়েল মিডিয়া কঁপাই তুলিছে ভাইৰেল হোৱা ভিডিওই।

  • Share this:
কোৰোণা, ল'ক ডাউনৰ পিছত এতিয়া সমগ্ৰ দেশতে বিয়াৰ ধুম উঠিছে। মাঘ মাহত এতিয়া বিবাহৰ পাশত আবদ্ধ হৈ নতুন সংসাৰ গঢ়িছে বিভিন্নজনে। মাঘ মাহত বিয়া কৰোৱাটো বাঙালী লোকে মংগলময় বুলি বিবেচনা কৰে। আনন্দ মনেৰে সম্পন্ন কৰে বিবাহ অনুষ্ঠান। বিয়াৰ আমন্ত্ৰণ বা নিজৰ বিয়াই হওক, আনন্দ অপৰিসীম।



বাঙালী লোকৰ বিয়াৰ নানা ৰীতি নীতিৰ ভিতৰত দৰা আৰু কইনাক কান্ধত তুলি লোৱাটো এটা অন্যতম ৰীতি। ! আচলতে এই প্ৰচলিত ৰীতি কেৱল আনন্দৰ বাবেই সকলোৱে পালন কৰে। ফেচবুকত এনেধৰণৰে এটা ভিডিও ভাইৰেল হৈছে। ভিডিওটোত দেখা গৈছে যে, দৰা আৰু কইনাক তেওঁলোকৰ আত্মীয় লোকে কান্ধত তুলি লৈছে। আৰু সেই সময়তে কইনাই নিজক চম্ভালিবলৈ এজন লোকৰ চুলিত ধৰিছিল।

সেই ভিডিও তীব্ৰ গতিত ভাইৰেল হয় ছচিয়েল মিডিয়াত।
Published by:Himangshu Bhuyan
First published: