মুখ্যপৃষ্ঠা »খবৰ »দেশ »Indian Navy Anthem: ৰাষ্ট্ৰপতিৰ উপস্থিতিত উন্মোচন কৰা হ'ল ভাৰতীয় নৌসেনাৰ গীত, প্ৰসুন যোশীয়ে ৰচনা কৰা গীতটিৰ সংগীত শংকৰ-এহছান-লয়ৰ

Indian Navy Anthem: ৰাষ্ট্ৰপতিৰ উপস্থিতিত উন্মোচন কৰা হ'ল ভাৰতীয় নৌসেনাৰ গীত, প্ৰসুন যোশীয়ে ৰচনা কৰা গীতটিৰ সংগীত শংকৰ-এহছান-লয়ৰ

এইবাৰ বিশাখাপট্টনমত অনুষ্ঠিত হ’ল নৌসেনা দিৱস। ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু এই অনুষ্ঠানত বিশেষ অতিথি হিচাপে উপস্থিত থাকে। এই অনুষ্ঠানত ৰাষ্ট্ৰপতিৰ উপস্থিতিত ভাৰতীয় নৌসেনাৰ গীত উন্মোচন কৰা হয়।

এইবাৰ বিশাখাপট্টনমত অনুষ্ঠিত হ’ল নৌসেনা দিৱস। ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু এই অনুষ্ঠানত বিশেষ অতিথি হিচাপে উপস্থিত থাকে। এই অনুষ্ঠানত ৰাষ্ট্ৰপতিৰ উপস্থিতিত ভাৰতীয় নৌসেনাৰ গীত উন্মোচন কৰা হয়।

ভাৰতত প্ৰতি বছৰে ৪ ডিচেম্বৰত নৌচেনা দিৱস পালন কৰা হয়। এইবাৰ বিশাখাপট্টনমত অনুষ্ঠিত হ’ল নৌসেনা দিৱস।

  • Share this:
আহমেদাবাদঃ ভাৰতত প্ৰতি বছৰে ৪ ডিচেম্বৰত নৌচেনা দিৱস পালন কৰা হয়। এইবাৰ বিশাখাপট্টনমত অনুষ্ঠিত হ’ল নৌসেনা দিৱস। ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু এই অনুষ্ঠানত বিশেষ অতিথি হিচাপে উপস্থিত থাকে। এই অনুষ্ঠানত ৰাষ্ট্ৰপতিৰ উপস্থিতিত ভাৰতীয় নৌসেনাৰ গীত উন্মোচন কৰা হয়। বিখ্যাত সাহিত্যিক-গীতিকাৰ প্ৰসুণ যোশীয়ে ৰচনা কৰা এই গীতটিৰ ৰচনা কৰিছে শংকৰ-এহছান-লয়ৰ।

নাগৰিকৰ সৈতে সামুদ্ৰিক চেতনা নবীকৰণ কৰাৰ লগতে ৰাষ্ট্ৰীয় নিৰাপত্তাৰ দিশত নৌসেনাৰ অৱদানৰ ওপৰত আলোকপাত কৰাৰ লক্ষ্যৰে ৰাষ্ট্ৰপতি আৰু অন্যান্য গণ্যমান্য ব্যক্তিৰ উপস্থিতিত নতুন দিল্লীত আয়োজন কৰা হয়।

শেহতীয়া বাতৰি