ভাৰতৰ উচ্চতম আৱৰ্জনাৰ পাহাৰ, কিছু বছৰৰ পিছতে হ’ব তাজমহলতকৈও ওখ

এনেধৰণে বৃদ্ধি পাই থাকিলে ২০২০ চনৰ ভিতৰত তাজমহলতৈও ওখ হ’ব বুলি ধাৰণা কৰা হৈছে।

news18assam
Updated:June 4, 2019, 9:00 PM IST
ভাৰতৰ উচ্চতম আৱৰ্জনাৰ পাহাৰ, কিছু বছৰৰ পিছতে হ’ব তাজমহলতকৈও ওখ
এনেধৰণে বৃদ্ধি পাই থাকিলে ২০২০ চনৰ ভিতৰত তাজমহলতৈও ওখ হ’ব বুলি ধাৰণা কৰা হৈছে।
news18assam
Updated: June 4, 2019, 9:00 PM IST
দেশৰ উচ্চতম আৱৰ্জনাৰ স্তুপ আৰু কিছু বছৰৰ পিছতে তাজমহলতকৈও ওখ হ’ব। বহু বছৰ ধৰি এই আৱৰ্জনাৰ পাহাৰৰ উচ্চতা ক্ৰমান্বয়ে বৃদ্ধি পাইছে। এই আৱৰ্জনাৰ পাহাৰৰ উচ্চতা দ্ৰুতগতিত বৃদ্ধি পোৱাৰ ফলত জাৰি কৰা হৈছে ৰেড এলাৰ্ট। এই আৱৰ্জনাৰ পাহাৰ প্ৰায় ৪০খন ফুটবল খেলপথাৰৰ সমান। ইতিমধ্যে গাজিয়াবাদত থকা এই আৱৰ্জনাৰ স্তুপ ৬৫ মিটাৰতকৈও ওখ হৈছে। এনেধৰণে বৃদ্ধি পাই থাকিলে ২০২০ চনৰ ভিতৰত তাজমহলতৈও ওখ হ’ব বুলি ধাৰণা কৰা হৈছে। উল্লেখযোগ্য যে তাজমহলৰ উচ্চতা ৭৩ মিটাৰ। ইতিমধ্যে উচ্চতম ন্যায়ালয়েও জাৰি কৰিছে সতৰ্কবাণী। এতিয়াও দৈনিক ২০০০ টন আৱৰ্জনা জমা হয় এই স্থানত।
আৰু চাওক পৰৱৰ্তী বাতৰি