৩০ মিনিটৰ ভিতৰত সম্পন্ন হ’ব ৰায়দান
৩০ মিনিটৰ ভিতৰত সম্পন্ন হ’ব ৰায়দান
ৰঞ্জন গগৈয়ে প্ৰদান কৰিব ৰায়দান। বিষয়টোৰ ওপৰত ৰঞ্জন গগৈৰ বিশেষ মন্তব্য। মুখ্যন্যায়াধীশ গগৈয়ে কয় যে, ‘সকলো ধৰ্মৰ মান্যতা ৰক্ষা কৰাৰ চেষ্টা কৰা হৈছে। ধৰ্মৰ ভিত্তিত নহয় ৰায়দান প্ৰক্ৰিয়া। বাবৰি মছজিদ কোনে বনাইছিল সেয়া ডাঙৰ কথা নহয়।’
ইতিমধ্যে খাৰিজ কৰা হৈছে ছিয়া ৱাকফ বৰ্ড আৰু নিৰ্মোহী আখাৰাৰ আবেদন পত্ৰ। মূৰ্তি স্থাপনৰ বিৰুদ্ধে আখাৰাই তৰিছিল গোচৰ। কিন্তু প্ৰত্নতত্ত্ব বিভাগে উদ্ধাৰ কৰিছিল মন্দিৰ অৱশেষ।
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|