কেৰালা, পঞ্জাৱৰ পিছত CAAৰ বিৰুদ্ধে বিধানসভাত প্ৰস্তাৱ গৃহীত কৰিব তেলেংগানা চৰকাৰে

News18 Assam | News18-Assam
Updated:February 17, 2020, 9:55 AM IST
কেৰালা, পঞ্জাৱৰ পিছত CAAৰ বিৰুদ্ধে বিধানসভাত প্ৰস্তাৱ গৃহীত কৰিব তেলেংগানা চৰকাৰে
তেলেংগানাৰ মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাওৰ চৰকাৰে ধৰ্মৰ আধাৰত নাগৰিকত্ব প্ৰদানৰ তীব্ৰ বিৰোধিতা কৰে।

তেলেংগানাৰ মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাওৰ চৰকাৰে ধৰ্মৰ আধাৰত নাগৰিকত্ব প্ৰদানৰ তীব্ৰ বিৰোধিতা কৰে।

  • Share this:
দেশৰ বিভিন্ন প্ৰান্তত এতিয়াও অব্যাহত আছে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদ। বহু কেইখন ৰাজ্যৰ চৰকাৰেও বিৰোধ কৰিছে নাগৰিকত্ব সংশোধনী আইনৰ। কেৰালা, পঞ্জাৱ, পশ্চিমবংগৰ পিছত বিতৰ্কিত আইনখনৰ বিৰোধিতা কৰিলে তেলেংগানা চৰকাৰে।

তেলেংগানা চৰকাৰে বিধানসভাত গৃহীত কৰিব নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধী প্ৰস্তাৱ। তেলেংগানাৰ মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাওৰ চৰকাৰে ধৰ্মৰ আধাৰত নাগৰিকত্ব প্ৰদানৰ তীব্ৰ বিৰোধিতা কৰে।

আৰু চাওক
পৰৱৰ্তী বাতৰি
corona virus btn
corona virus btn
Loading