• Home
  • »
  • News
  • »
  • nation
  • »
  • নাগৰিকত্ব সংশোধনী আইন সম্পৰ্কীয় হিংসাত্মক ঘটনাত হস্তক্ষেপ নকৰে উচ্চতম ন্যায়ালয়ে

নাগৰিকত্ব সংশোধনী আইন সম্পৰ্কীয় হিংসাত্মক ঘটনাত হস্তক্ষেপ নকৰে উচ্চতম ন্যায়ালয়ে

মুখ্য ন্যায়াধীশ এছ এ ববডেৰে গঠিত বিচাৰপীঠে দিলে এই গুৰুত্বপূৰ্ণ নিৰ্দেশ।

মুখ্য ন্যায়াধীশ এছ এ ববডেৰে গঠিত বিচাৰপীঠে দিলে এই গুৰুত্বপূৰ্ণ নিৰ্দেশ।

মুখ্য ন্যায়াধীশ এছ এ ববডেৰে গঠিত বিচাৰপীঠে দিলে এই গুৰুত্বপূৰ্ণ নিৰ্দেশ।

  • Share this:
নাগৰিকত্ব সংশোধনী আইন সম্পৰ্কীয় হিংসাত্মক ঘটনাত হস্তক্ষেপ নকৰে উচ্চতম ন্যায়ালয়ে। মুৰ্ছিদাবাদৰ হিংসাত্মক ঘটনাৰ শুনানি গ্ৰহণ কৰি সৰ্বোচ্চ ন্যায়ালয়ে কয় – উচ্চতম ন্যায়ালয় কোনো নিম্ন আদালত নহয়। প্ৰথমে আবেদন কৰক উচ্চ ন্যায়ালয়ত। সমগ্ৰ দেশত কি ঘটিছে সকলো তথ্য উচ্চতম ন্যায়ালয়ে ল’ব নোৱাৰে। মুখ্য ন্যায়াধীশ এছ এ ববডেৰে গঠিত বিচাৰপীঠে দিলে এই গুৰুত্বপূৰ্ণ নিৰ্দেশ।
Published by:Sanjay Kumar Das
First published:

শেহতীয়া বাতৰি