• Home
  • »
  • News
  • »
  • nation
  • »
  • সামাজিক মাধ্যমত লিখি জে’লৰ ভাত খোৱাসকলৰ গোচৰ প্ৰত্যাহাৰৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

সামাজিক মাধ্যমত লিখি জে’লৰ ভাত খোৱাসকলৰ গোচৰ প্ৰত্যাহাৰৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

উচ্চতম ন্যায়ালয়ে ২০১৫ চনতে ৬৬(ক) বাতিল কৰিছিল। কাৰণ এই ধাৰাই সংবিধানপ্ৰদত্ত মুক্ত অভিব্যক্তিৰ অধিকাৰ খৰ্ব কৰিছিল।

  • Share this:
সামাজিক মাধ্যমত কথা লিখি জে’লৰ ভাত খোৱাসকলৰ গোচৰ প্ৰত্যাহাৰৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ। যিসকলৰ তথ্য প্ৰযুক্তি আইনৰ দফা ৬৬(ক)ৰ অধীনত গোচৰ ৰুজু হৈ আছে তেওঁলোকে মুক্তি পাব। তিনি সপ্তাহৰ ভিতৰত গোচৰসমূহ প্ৰত্যাহাৰ কৰিবলৈ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ। বুধবাৰে এক শুনানিত দেশৰ মুখ্য ন্যায়াধীশে সকলো মুখ্য সচিবক এই নির্দেশ প্ৰদান কৰে।

উচ্চতম ন্যায়ালয়ে ২০১৫ চনতে ৬৬(ক) বাতিল কৰিছিল। কাৰণ এই ধাৰাই সংবিধানপ্ৰদত্ত মুক্ত অভিব্যক্তিৰ অধিকাৰ খৰ্ব কৰিছিল।
Published by:Sanjay Kumar Das
First published:

শেহতীয়া বাতৰি