உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • nation
    • »
    • অনলাইনৰ জৰিয়তে আপুনি মন গ’লেই যিকোনো সামগ্ৰী ক্ৰয় কৰিব নোৱাৰিব, MHAৰ বিশেষ নিৰ্দেশনা

    অনলাইনৰ জৰিয়তে আপুনি মন গ’লেই যিকোনো সামগ্ৰী ক্ৰয় কৰিব নোৱাৰিব, MHAৰ বিশেষ নিৰ্দেশনা

    কেন্দ্ৰীয় গৃহমন্ত্ৰণালয়ৰ বিশেষ নিৰ্দেশনা

    কেন্দ্ৰীয় গৃহমন্ত্ৰণালয়ৰ বিশেষ নিৰ্দেশনা

    কেন্দ্ৰীয় গৃহমন্ত্ৰণালয়ৰ বিশেষ নিৰ্দেশনা

    • Share this:
    এতিয়া দেশত ল’ক ডাউন। অহা ৩ মে লৈকে দেশত বৃদ্ধি কৰা হৈছে ল’ক ডাউনৰ সীমা। ল’ক ডাউনৰ সময়ছোৱাতে কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ৰ তৰফৰ পৰা বিশেষ নিৰ্দেশনা জাৰি কৰা হৈছে। ই-কমাৰ্ছ কোম্পানীয়ে দেশত বিক্ৰী কৰিব নোৱাৰিব অনা-অত্যাৱশ্যকীয় সামগ্ৰী।

    কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ৰ এই নিৰ্দেশাৱলীৰ পিছতে এতিয়া এটা কথা স্পষ্ট হ’ল যে, ই-কমাৰ্ছ কোম্পানী যেনে, ফ্লিপকাৰ্ট, আমাজ’ন আদিয়ে  টিভি, ফ্ৰীজ, এচি, ম’বাইল আদি ‘non essential’ হিচাপে পৰিচিত সামগ্ৰী ভাৰতবৰ্ষত বিক্ৰী কৰিব নোৱাৰিব।



    উল্লেখযোগ্য যে, ইয়াৰ পূৰ্বে যিবোৰ ঠাই কোৰোণা ভাইৰাছৰ হটস্পট নহয়, তেনে ঠাইত এনে ‘non essential’  যেনে, ফ্ৰীজ, টিভি, ম’বাইল আদি বিক্ৰী কৰাৰ অনুমতি দিছিল কেন্দ্ৰই। কিন্তু  এতিয়া এই সিদ্ধান্ত সলনি কৰিছে চৰকাৰে।

    Published by:Himangshu Bhuyan
    First published: