গুৱাহাটী হাই ক’ৰ্টত হাজিৰ নহ’ল ছুপাৰ থাৰ্টীৰ সঞ্চালক আনন্দ কুমাৰ, কি হ’ব এতিয়া?

News18-Assam
Updated:November 26, 2019, 3:17 PM IST
গুৱাহাটী হাই ক’ৰ্টত হাজিৰ নহ’ল ছুপাৰ থাৰ্টীৰ সঞ্চালক আনন্দ কুমাৰ, কি হ’ব এতিয়া?
পুনৰ ২৮ নৱেম্বৰত কুমাৰক আদালতত হাজিৰ হোৱাৰ নিৰ্দেশ।

পুনৰ ২৮ নৱেম্বৰত কুমাৰক আদালতত হাজিৰ হোৱাৰ নিৰ্দেশ।

  • Share this:
গুৱাহাটী হাই ক’ৰ্টত হাজিৰ নহ’ল ছুপাৰ থাৰ্টীৰ সঞ্চালক আনন্দ কুমাৰ। লণ্ডনত থকাৰ বাবে আদালতত হাজিৰ হ’ব নোৱাৰিলে আনন্দ কুমাৰ। আনন্দ কুমাৰ হাজিৰ নোহোৱাত ক্ষুণ্ণ আদালত। বিহাৰৰ পৰা শুনানিৰ বাবে আহিছিল ৫ ছাত্ৰৰ লগতে অভিভাৱক। আটাইকে ১০ হাজাৰ টকাকৈ ক্ষতিপূৰণৰ নিৰ্দেশ আদালতৰ। পুনৰ ২৮ নৱেম্বৰত কুমাৰক আদালতত হাজিৰ হোৱাৰ নিৰ্দেশ।
আৰু চাওক
পৰৱৰ্তী বাতৰি