
চলিত মাহৰ ৫ তাৰিখেও দিল্লীত অনুভূত হৈছিল ভূমিকম্পৰ জোকাৰণি। দিল্লী আৰু ওচৰ–পাজৰৰ অঞ্চলত সন্ধিয়া অনুভূত হৈছিল ভূমিকম্পৰ জোকাৰণি।
চলিত মাহৰ ৫ তাৰিখেও দিল্লীত অনুভূত হৈছিল ভূমিকম্পৰ জোকাৰণি। দিল্লী আৰু ওচৰ–পাজৰৰ অঞ্চলত সন্ধিয়া অনুভূত হৈছিল ভূমিকম্পৰ জোকাৰণি।
ভূমিকম্পত কঁপি উঠিল ৰাজধানী দিল্লী। দুপৰীয়া ২.২৮ বজাত অনুভূত হয় জোকাৰণি। ৰিখটাৰ স্কেলত ভূমিকম্পৰ প্ৰাবল্য ৫.৮ বুলি জানিব পৰা গৈছে। ভূঁইকঁপৰ অভিকেন্দ্ৰ– নেপাল।
উল্লেখযোগ্য যে চলিত মাহৰ ৫ তাৰিখেও দিল্লীত অনুভূত হৈছিল ভূমিকম্পৰ জোকাৰণি। দিল্লী আৰু ওচৰ–পাজৰৰ অঞ্চলত সন্ধিয়া অনুভূত হৈছিল ভূমিকম্পৰ জোকাৰণি। নেচনেল চেণ্টাৰ ফৰ ছিছম’লজীয়ে জনা, সন্ধিয়া ৭.৫৫ বজাত অনুভূত হৈছিল এই জোকাৰণি। ৰিখটাৰ স্কেলত ইয়াৰ প্ৰাবল্য আছিল ৫.৯। আফগানিস্তানৰ দক্ষিণৰ ফায়জাবাদৰ পৰা ৭৯ কিলোমিটাৰ নিলগত আছিল ইয়াৰ অভিকেন্দ্ৰ।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|