• Home
  • »
  • News
  • »
  • nation
  • »
  • Earthquake in Delhi: ভূমিকম্পত কঁপি উঠিল ৰাজধানী দিল্লী, আতংকিত দিল্লীবাসী!

Earthquake in Delhi: ভূমিকম্পত কঁপি উঠিল ৰাজধানী দিল্লী, আতংকিত দিল্লীবাসী!

চলিত মাহৰ ৫ তাৰিখেও দিল্লীত অনুভূত হৈছিল ভূমিকম্পৰ জোকাৰণি। দিল্লী আৰু ওচৰ–পাজৰৰ অঞ্চলত সন্ধিয়া অনুভূত হৈছিল ভূমিকম্পৰ জোকাৰণি।

  • Share this:
ভূমিকম্পত কঁপি উঠিল ৰাজধানী দিল্লী। দুপৰীয়া ২.২৮ বজাত অনুভূত হয় জোকাৰণি। ৰিখটাৰ স্কেলত ভূমিকম্পৰ প্ৰাবল্য ৫.৮ বুলি জানিব পৰা গৈছে। ভূঁইকঁপৰ অভিকেন্দ্ৰ– নেপাল।

উল্লেখযোগ্য যে চলিত মাহৰ ৫ তাৰিখেও দিল্লীত অনুভূত হৈছিল ভূমিকম্পৰ জোকাৰণি। দিল্লী আৰু ওচৰ–পাজৰৰ অঞ্চলত সন্ধিয়া অনুভূত হৈছিল ভূমিকম্পৰ জোকাৰণি। নেচনেল চেণ্টাৰ ফৰ ছিছম’লজীয়ে জনা, সন্ধিয়া ৭.৫৫ বজাত অনুভূত হৈছিল এই জোকাৰণি। ৰিখটাৰ স্কেলত ইয়াৰ প্ৰাবল্য আছিল ৫.৯। আফগানিস্তানৰ দক্ষিণৰ ফায়জাবাদৰ পৰা ৭৯ কিলোমিটাৰ নিলগত আছিল ইয়াৰ অভিকেন্দ্ৰ।
Published by:Sanjay Kumar Das
First published:

শেহতীয়া বাতৰি