ক’লকাতাত জিলিকিছে ৰসৰাজৰ প্ৰতিমূৰ্তি, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কৰিলে উন্মোচন

News18 Assam | News18-Assam
Updated:February 16, 2020, 6:10 PM IST
ক’লকাতাত জিলিকিছে ৰসৰাজৰ প্ৰতিমূৰ্তি, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কৰিলে উন্মোচন
ক’লকাতাত উন্মোচন কৰা হ’ল ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ প্ৰতিমূৰ্তি

ক’লকাতাত উন্মোচন কৰা হ’ল ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ প্ৰতিমূৰ্তি

  • Share this:
ক’লকাতাত উন্মোচন কৰা হ’ল ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ প্ৰতিমূৰ্তি। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰে আনুষ্ঠানিক ভাবে উন্মোচন কৰে ৰসৰাজৰ প্ৰতিমুৰ্তি। ক'লকাতাৰ পুৰণি অসম ভৱন প্ৰাঙ্গণত উন্মোচন কৰা হয় প্ৰতিমূৰ্তি। উপস্থিত থাকে ৰাজ্যৰ শিক্ষা, স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা।



প্ৰায় ২০ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ হোৱা বেজবৰুৱাদেৱৰ প্ৰতিমূৰ্তিটোৱে অসমীয়া ভাষা, সাহিত্যৰ গৌৰৱোজ্জ্বল যাত্ৰাৰ চানেকি বহন কৰিব বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।
First published: February 16, 2020, 6:02 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading