SBI-এ ৪২কোটি গ্ৰাহকক কৰিলে এলাৰ্ট! এইটো SMS–এ আপোনাৰ বেংক একাউণ্ট খালী কৰিব পাৰে

ষ্টেট বেংক অৱ ইণ্ডিয়াই নিজৰ এটা টুইটট গ্ৰাহকসকলক সাৱধান কৰি কৈছে যে তেওঁলোকে যাতে ভুলতো এনেকুৱা কোনো লিংকত ক্লিক নকৰে য’ত তেওঁলোকক ইনকাম টেক্স ৰিফাণ্ডৰ কাৰণে অনুৰোধ কৰিবলৈ কোৱা হৈছে। 

News18-Assam
Updated:November 2, 2019, 9:32 AM IST
SBI-এ ৪২কোটি গ্ৰাহকক কৰিলে এলাৰ্ট! এইটো SMS–এ আপোনাৰ বেংক একাউণ্ট খালী কৰিব পাৰে
ষ্টেট বেংক অৱ ইণ্ডিয়াই নিজৰ এটা টুইটট গ্ৰাহকসকলক সাৱধান কৰি কৈছে যে তেওঁলোকে যাতে ভুলতো এনেকুৱা কোনো লিংকত ক্লিক নকৰে য’ত তেওঁলোকক ইনকাম টেক্স ৰিফাণ্ডৰ কাৰণে অনুৰোধ কৰিবলৈ কোৱা হৈছে। 
News18-Assam
Updated: November 2, 2019, 9:32 AM IST
দেশৰ সৰ্ববৃহৎ বেংক অৰ্থাৎ ভাৰতীয় ষ্টেট বেংকে নিজৰ গ্ৰাহকসকলক ইনকাম টেক্স ৰিফাণ্ডৰ নামত হৈ থকা প্ৰৱঞ্চনাৰ ক্ষেত্ৰত সাৱধান কৰিছে। টেক্স ৰিফাণ্ডৰ নামত এইধৰণৰ প্ৰৱঞ্চনাৰ পৰা হাত সাৰিবলৈ SBI-এ গ্ৰাহকক কৈছে যে তেওঁলোকে এনেকুৱা কোনো মেচেজত দিয়া লিংকত যাতে ক্লিক নকৰে য’ত তেওঁলোকক টেক্স ৰিফাণ্ডৰ বিষয়ে ৰিকুৱেষ্ট দিবলৈ কোৱা হৈছে। দৰাচলতে বহুতেই এটা মেচেজ পাইছিল যে সংলগ্ন লিংকত আপুনি ইনকাম টেক্স ৰিফাণ্ডৰ বিষয়ে তথ্য আহৰণ কৰিব পাৰিব।



 

ভিডিঅ’ৰ জৰিয়তে গ্ৰাহকসকলক সজাগ কৰা হৈছে

এই টুইটত SBI-এ এটা এনিমেটেড ভিডিঅ’ সংলগ্ন কৰিছে।
আৰু চাওক পৰৱৰ্তী বাতৰি