SBIৰ সতৰ্কবাণী, য’তে ত’তে ফোন চাৰ্জত নলগাব, খালী হ’ব পাৰে আপোনাৰ বেংক একাউণ্ট

News18 Assam | News18-Assam
Updated:December 18, 2019, 6:35 PM IST
SBIৰ সতৰ্কবাণী, য’তে ত’তে ফোন চাৰ্জত নলগাব, খালী হ’ব পাৰে আপোনাৰ বেংক একাউণ্ট
Source-Google

দেশৰ সবাটোতকৈ ডাঙৰ পাব্লিক চেক্টৰ বেংক, ভাৰতীয় ষ্টেট বেংকে নিজৰ ৪২ কোটি গ্ৰাহকক দিছে সতৰ্কবাণী

  • Share this:
দেশৰ সবাটোতকৈ ডাঙৰ পাব্লিক চেক্টৰ বেংক, ভাৰতীয় ষ্টেট বেংকে নিজৰ ৪২ কোটি গ্ৰাহকক দিছে সতৰ্কবাণী। য’তে ত’তে চাৰ্জত নিদিব আপোনাৰ মবাইল ফোন। বেংকে উল্লেখ কৰিছে যে, আজিকালি দুষ্টচক্ৰই ফোনচাৰ্জ কৰাৰ সময়তে ভাইৰাছৰ সহায়ত আপোনাৰ ফোন হেক কৰি আনলাইন একাউণ্টৰ সৈতে জড়িত Password আৰু অন্যান্য গুৰুত্বপূৰ্ণ তথ্য চুৰি কৰিব পাৰে।



টুইটাৰৰ জৰিয়তে ভাৰতীয় ষ্টেট বেংকে নিজৰ গ্ৰাহকসকলক দিছে এই সতৰ্কবাণী। বেংকৰ তৰফৰ পৰা উল্লেখ কৰা হয় যে, পাব্লিক প্লেচত ফোন চাৰ্জত লগোৱাৰ সময়ত ১০ বাৰ ভাবক, হেকাৰৰ চকুত পৰিব পাৰে আপোনাৰ ফোন।
Published by: Himangshu Bhuyan
First published: December 18, 2019, 6:35 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading