আজি বিজেপিত যোগদান কৰিব তাৰকা বেডমিণ্টন খেলুৱৈ ছাইনা নেহৱালে

News18 Assam | News18-Assam
Updated:January 29, 2020, 12:45 PM IST
আজি বিজেপিত যোগদান কৰিব তাৰকা বেডমিণ্টন খেলুৱৈ ছাইনা নেহৱালে
আজি বিয়লি ভাগত ভাৰতৰ ষ্টাৰ বেডমিণ্টন খেলুৱৈ ছাইনা নেহৱালে বিজেপিত যোগদান কৰাৰ কথা

আজি বিয়লি ভাগত ভাৰতৰ ষ্টাৰ বেডমিণ্টন খেলুৱৈ ছাইনা নেহৱালে বিজেপিত যোগদান কৰাৰ কথা

  • Share this:
দিল্লী বিধানসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত ভাৰতীয় জনতা পাৰ্টীৰ বাবে আহিছে এটা ভাল খবৰ। আজি বিজেপিত যোগদান কৰিব বিশ্বৰ নৱম ৰেংকিঙৰ বেডমিণ্টন খেলুৱৈ ছাইনা নেহৱালে। হাৰিয়ানাত জন্মগ্ৰহণ কৰা ছাইনা নেহৱাল হৈছে অলিম্পিক আৰু কমনৱেল্থ গেমছত সৰ্বাধিক সফলতা লাভ কৰা ভাৰতৰ বেডমিণ্টন তাৰকা।

 
আৰু চাওক
পৰৱৰ্তী বাতৰি