‘ময়ো ৰাণু মণ্ডলৰ দৰে হম’! গীত গাই এতিয়া ছচিয়েল মিডিয়াত প্ৰচাৰ কৰিছে বিভিন্নজনে..

খন্তেকীয়া জনপ্ৰিয়তাৰ বাবে এতিয়া উপযুক্ত মাধ্যম হিচাপে পৰিগণিত হৈছে ছচিয়েল মিডিয়া!

News18-Assam
Updated:September 4, 2019, 3:50 PM IST
‘ময়ো ৰাণু মণ্ডলৰ দৰে হম’! গীত গাই এতিয়া ছচিয়েল মিডিয়াত প্ৰচাৰ কৰিছে বিভিন্নজনে..
Source-Google
News18-Assam
Updated: September 4, 2019, 3:50 PM IST
ৰাতিৰ ভিতৰত ষ্টাৰ হৈ গ’ল ৰাণু মণ্ডল!  ৰেল ষ্টেচনত ৰাণু মণ্ডলে গোৱা ‘এক প্যাৰ কা নাগমা’ ভাইৰেল হৈছিল ছচিয়েল মিডিয়াত। আৰু তাৰ পিছত যেন ভাগ্যই সলনি হৈ গ’ল! ৰেল ষ্টেচনৰ পৰা একেবাৰে বলীউড, যেন এক সপোন!

জনপ্ৰিয়তা লাভ কৰিবলৈ এতিয়া বিভিন্নজনে ৰাণু মণ্ডলক অনুকৰণ কৰা দেখা পোৱা গৈছে। একাংশই এতিয়া হিন্দী ছবিৰ জনপ্ৰিয় গীত গাই আপলোড কৰিছে ছচিয়েল মিডিয়াত। গীত গোৱাৰ নামত বিভিন্ন ৰূপেৰে নিজক সঁজাইছে বিভিন্নজনে।

খন্তেকীয়া জনপ্ৰিয়তা লাভ কৰিবলৈ একাংশৰ এনে কাৰ্যই এতিয়া বিশেষ চৰ্চা লাভ কৰিছে।
আৰু চাওক পৰৱৰ্তী বাতৰি