ঘূৰ্ণীবতাহ ‘আমফান’ৰ ভয়ংকৰ ধ্বংসলীলা, ছচিয়েল মিডিয়াত বুকু কঁপোৱা অসংখ্য ভিডিও ভাইৰেল

News18 Assam | News18-Assam
Updated:May 20, 2020, 11:43 PM IST
ঘূৰ্ণীবতাহ ‘আমফান’ৰ ভয়ংকৰ ধ্বংসলীলা, ছচিয়েল মিডিয়াত বুকু কঁপোৱা অসংখ্য ভিডিও ভাইৰেল
পশ্চিম বংগ আৰু ওড়িশাৰ মাজত বুধবাৰে ঘূৰ্ণীবতাহ আমফানে লেণ্ডফল কৰে। এই ধ্বংসলীলাৰ অতি ভয়ংকৰ ভয়ংকৰ ভিডিওৰে ভৰি পৰিছে ছচিয়েল মিডিয়া। 

পশ্চিম বংগ আৰু ওড়িশাৰ মাজত বুধবাৰে ঘূৰ্ণীবতাহ আমফানে লেণ্ডফল কৰে। এই ধ্বংসলীলাৰ অতি ভয়ংকৰ ভয়ংকৰ ভিডিওৰে ভৰি পৰিছে ছচিয়েল মিডিয়া। 

  • Share this:
পশ্চিম বংগ আৰু ওড়িশাত বুধবাৰে ঘূৰ্ণীবতাহ ‘আমফান’ৰ প্ৰচণ্ড ধ্বংসলীলাৰ চৰ্চা এতিয়া মুখে মুখে। দুপৰীয়া দুই বজাৰ পৰা ঘণ্টাত প্ৰায় ১৬০ কিলোমিটাৰ বেগৰ ধুমুহাই সমুদ্ৰৰ উপকূলত খুন্দা মাৰে। পশ্চিম বংগত কমেও ১০–১২জন লোক, ওড়িশাত কমেও দুজনৰ মৃত্যুৰ খবৰ আহিছে। ক্ষয়–ক্ষতিৰ পৰিমাণ অবৰ্ণনীয়।

বতৰ বিজ্ঞান বিভাগে ইয়াত ‘অত্যন্ত গম্ভীৰ ঘূৰ্ণীবতাহ’(extremely severe cyclonic storm) ৰূপে চিহ্নিত কৰিছে। ‘আমফানে’ পশ্চিম বংগৰ উপকূলীয় চহৰ দীঘা আৰু বাংলাদেশৰ হাটিয়া দ্বীপৰ মাজত সমুদ্ৰক স্পৰ্শ কৰিছে।

এই ধুমুহাৰ কাৰণে দুয়োখন ৰাজ্যতে প্ৰৱল বৰষুণৰ লগতে বতাহ–ধুমুহা দেখিবলৈ পোৱা যায়।

এই ধুমুহাৰ বহু ভয়ংকৰ ভিডিও এতিয়া ছচিয়েল মিডিয়াত।














আৰু চাওক
পৰৱৰ্তী বাতৰি
corona virus btn
corona virus btn
Loading