உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • nation
    • »
    • ছিক্কিমত ধৰা পৰিল প্ৰথম জন কোৰোণাত আক্ৰান্ত ৰোগী

    ছিক্কিমত ধৰা পৰিল প্ৰথম জন কোৰোণাত আক্ৰান্ত ৰোগী

    Source-Google

    Source-Google

    কোৰোণাৰ অৱস্থিতি ধৰা পৰা যুৱকজন দিল্লীৰ পৰা আহিছিল

    • Share this:
    দেশজুৰি কোৰোণা ভাইৰাছৰ সংহাৰী ৰূপ। ছিক্কিমত ধৰা পৰিল প্ৰথমজন কোৰোণাত আক্ৰান্ত ৰোগী। দক্ষিণ ছিক্কিম জিলাৰ ৰাবাংগলাত ঘৰ কোৰোণাত আক্ৰান্ত যুৱকজনৰ। কোৰোণাৰ অৱস্থিতি ধৰা পৰা যুৱকজন দিল্লীৰ পৰা আহিছিল।

    দিল্লীৰ পৰা অহাৰ পিছতে যুৱকজনৰ তেজৰ নমুনা চিলিগুৰিৰ নৰ্থ বেংগল মেডিকেল কলেজলৈ প্ৰেৰণ কৰা হৈছিল। আৰু শণিবাৰে ৰিপৰ্ট লাভ কৰাৰ পিছতে যুৱকজনৰ দেহত কোৰোণাৰ অৱস্থিতি নিশ্চিত হয়। বৰ্তমান যুৱকজনক ছিক্কিমৰ ‘চাৰ থোটব নামগ্যাল মেম’ৰিয়েল’ হাস্পতালত ভৰ্তি কৰোৱা হৈছে।
    First published: